ETV Bharat / state

টেক্টৰত উঠাই কাল হ’ল দুই ভাতৃৰ বাবে

author img

By

Published : Sep 22, 2022, 8:13 PM IST

মাজুলীত শোকাৱহ পথ দুৰ্ঘটনা ৷ থিতাতে মৃত্যু দুই ভাতৃৰ (Tractor Accident in Majuli) ৷ মাজুলীৰ জুগুনিধাৰীত সংঘটিত হৈছে এই ঘটনা ৷

Tractor Accident in Majuli
টেক্টৰত উঠাই কাল হ’ল দুই ভাতৃৰ বাবে
  • মাজুলীত শোকাৱহ পথ দুৰ্ঘটনা
  • থিতাতে নিহত দুজন (Tractor Accident in Majuli)
  • মাজুলীৰ জুগুনিধাৰীত সংঘটিত হৈছে এই শোকাৱহ ঘটনাটো
  • টেক্টৰে হেচি ধৰাৰ ফলত প্ৰাণ গ'ল দুই ভাতৃৰ (Brothers Died in Accident)
  • নিহত দুই ভাতৃ ক্ৰমে ফনীধৰ ফুকন (৫৫) আৰু তৰুণ ফুকন (৬২)
  • দুয়োগৰাকী মহৰখুঁটিৰ পৰা টেক্টৰত উঠি ঘৰলৈ বুলি আহিছিল
  • কিন্তু ঘৰ পোৱাৰ পূৰ্বেই সংঘটিত হয় এই ঘটনা
  • টেক্টৰখন গড়াত উঠাওতে বাগৰি যায়
  • বাগৰি যোৱাৰ ফলত টেক্টৰখনৰ হেঁচাত মৃত্যু দুই ভাতৃৰ
  • এই দুৰ্ঘটনাটোত অন্য ৫ জন লোকো আহত হৈছে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.