- মাজুলীৰ চেলেক গাঁৱত উদ্ধাৰ হয় কাছটো
- স্থানীয় ৰাইজে উদ্ধাৰ কৰি কাছটো বন বিষয়াৰ হাতত গতাই দিয়ে
- মাজুলীৰ বনবিভাগৰ লোকে কাছটো শ্ৰীশ্ৰী দাক্ষিণপাট সত্ৰৰ ঐতিহাসিক বৰ পুখুৰীত মুকলি কৰি দিয়েমাজুলীত দুষ্প্ৰাপ্য কাছ উদ্ধাৰ
মাজুলীত দুষ্প্ৰাপ্য কাছ উদ্ধাৰ - Tortoise
কাছটো উদ্ধাৰ কৰি বনবিভাগৰ লোকে মুকলি কৰি দিয়ে দক্ষিণপাট সত্ৰৰ বৰ পুখুৰীত ।
![মাজুলীত দুষ্প্ৰাপ্য কাছ উদ্ধাৰ](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-3022595-thumbnail-3x2-maj.jpg?imwidth=3840)
মাজুলীত দুষ্প্ৰাপ্য কাছ উদ্ধাৰ
- মাজুলীৰ চেলেক গাঁৱত উদ্ধাৰ হয় কাছটো
- স্থানীয় ৰাইজে উদ্ধাৰ কৰি কাছটো বন বিষয়াৰ হাতত গতাই দিয়ে
- মাজুলীৰ বনবিভাগৰ লোকে কাছটো শ্ৰীশ্ৰী দাক্ষিণপাট সত্ৰৰ ঐতিহাসিক বৰ পুখুৰীত মুকলি কৰি দিয়েমাজুলীত দুষ্প্ৰাপ্য কাছ উদ্ধাৰ
মাজুলীত উদ্ধাৰ এটা দুষ্পাপ্য কাছ
মাজুলীৰ চেলেক গাঁওত উদ্ধাৰ হয় কাছটো ।
স্থানীয় ৰাইজে উদ্ধাৰ কৰি কাছটো বন বিভাগৰ বিষয়া হাতত গতাই দিয়ে ।
মাজুলীৰ বনবিভাগৰ লোকে কাছটো শ্ৰীশ্ৰী দাক্ষিণপাট সত্ৰ ঐতিহাসিক বৰ পুখুৰীত মুকলি কৰি দিয়ে।
মাজুলীৰ পৰা যদুমণি শইকীয়া।