ETV Bharat / state

সন্ধিয়া 5 বজাৰ শীৰ্ষ দহটা বাতৰি - top 10 at 5pm

সন্ধিয়া 5 বজাৰ শীৰ্ষ দহটা বাতৰি

সন্ধিয়া 5 বজাৰ শীৰ্ষ দহটা বাতৰি
সন্ধিয়া 5 বজাৰ শীৰ্ষ দহটা বাতৰি
author img

By

Published : Nov 24, 2021, 5:02 PM IST

উহ ! সাময়িক সকাহ : দিল্লীৰ পৰা আহি আছে তিনি হাজাৰ কোটি টকা

অসম চৰকাৰ (Assam Govt) লৈ কৰৰ অংশ হিচাপে প্ৰায় তিনি হাজাৰ কোটি টকা মোকলাই দিছে কেন্দ্ৰীয় চৰকাৰে (GOI Releases three thousand crore to Assam Govt) ৷ কৰ’ণাসৃষ্ট পৰিস্থিতিৰ বাবে কেন্দ্ৰই বিগত দুটা মাহৰ ধন কোনো এখন ৰাজ্যকে মোকলাই দিয়া নাছিল । সেয়েহে মঙলবাৰে একেলগে দুমাহৰ কিস্তি অসমৰ লগতে দেশৰ অন্য ৰাজ্যসমূহক মোকলাই দিছে কেন্দ্ৰই ।

Raas Mahotsav presented in distorted form: সৰৱ মাজুলীৰ সত্ৰাধিকাৰ

মৰিগাঁৱৰ বৰঙাবাৰী ৰাস মহোৎসৱ(Morigaon Barangabari Raas Mahotsav)ত ৰাসক বিকৃত ৰূপত উপস্থাপন(Ras Mahotsav presented in distorted form) কৰাক লৈ সৰৱ হৈ পৰিছে মাজুলীৰ সত্ৰাধিকাৰ । মাজুলীৰ সত্ৰাধিকাৰৰ মতে, ৰাস এটি আধ্যাত্মিক অনুষ্ঠান, ৰাসৰ জৰিয়তে কৃষ্ণৰ মহিমা বৰ্ণনা, কৃষ্ণৰ লীলা প্ৰৰ্দশন কৰা হয় ।

Munna Bhai MBBS : কচুৱাত ভুৱা চিকিৎসকৰ বিৰুদ্ধে আনন্দ মিশ্ৰ বাহিনীৰ অভিযান

ভুৱা চিকিৎসক(Munna Bhai MBBS) ৰ বিৰুদ্ধে আনন্দ মিশ্ৰ বাহিনীৰ অভিযান (Anand Mishra force's raid against fake doctors) ৷ পুনৰায় কচুৱাৰ পৰা আটক ভুৱা দন্ত চিকিৎসক ৷

বাৰেৰহণীয়া কৃষ্টি-সংস্কৃতিৰে ডিফুত অনুষ্ঠিত কার্বিসকলৰ বিশেষ অধিৱেশন

ডিফুত অনুষ্ঠিত কাৰ্বি সাংস্কৃতিক সমাজৰ বিশেষ অধিৱেশন (Session of Karbi Cultural Society) ৷ চলিত বৰ্ষৰ ২৭ আৰু ২৮ নৱেম্বৰত অনুষ্ঠিত হ'ব এই অধিৱেশন ৷ উক্ত অধিৱেশনত অংশগ্রহণ কৰিব কার্বি আংলঙৰ লগতে অন্য জিলাৰ পাঁচ শতাধিক প্রতিনিধি ৷

assam faces financial crisis : বিলৰ ৫ শতাংশ ধনহে পাব ঠিকাদাৰে

বিত্তীয় সমস্যাত ভূগিছে ৰাজ্য (assam faces financial crisis) ৷ শেহতীয়াকৈ লোকনিৰ্মাণ বিভাগে নতুন ঠিকাৰ কামৰ প্ৰশাসনিক অনুমোদন প্ৰদানৰ ক্ষেত্ৰত আৰোপ কৰা এক নতুন চৰ্তই এই কথা প্ৰতীয়মান কৰিছে ৷

Lumding Eviction : লামডিঙৰ 400 টা উচ্ছেদিত পৰিয়ালক চাংমাজি ৰিজাৰ্ভলৈ স্থানান্তৰণ

লামডিং সংৰক্ষিত বনাঞ্চলত চলোৱা উচ্ছেদ অভিযান (Lumding Eviction)ৰ ফলত গৃহহাৰা হোৱা 400 টা পৰিয়ালক অস্থায়ীভাৱে স্থানান্তৰিত কৰা হৈছে ডবকাৰ চাংমাজি ৰিজাৰ্ভলৈ (Changmaji Reserve) ৷ প্ৰায় 140 টা চাকমা আৰু গাৰু পৰিয়ালক নখুটিৰ জানজু ডেকাবস্তিত অস্থায়ীভাৱে সংস্থাপন কৰাৰ বিপৰীতে সংখ্যালঘু সম্প্ৰদায়ৰ পৰিয়ালক চাংমাজি ৰিজাৰ্ভত আশ্ৰয়ৰ সুবিধা প্ৰদান কৰা হৈছে ৷

Atul Bora visits Baihata : কুৰ্ম মাধৱ দেৱালয়ৰ জল জীৱন আঁচনি পৰিদৰ্শন

বঙাইগাঁৱলৈ যোৱাৰ পথত মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অনুসৰি বাইহাটা চাৰিআলি পৰিদৰ্শন কৰে মন্ত্ৰী অতুল বৰাই (Atul Bora visits Baihata)৷ অসমত কৰ্ম সংস্কৃতিৰ পৰিৱেশ এটা গঢ়ি তুলিব পাৰিলে ৰাজ্যখন বহুত আগবাঢ়ি যাব বুলি বাইহাটা চাৰিআলিত মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷

চিৰদিনৰ বাবে বন্ধ হ'ল অপ্সৰা চিনেমা হল

এতিয়া ইতিহাসৰ পৃষ্ঠা হ'ল অপ্সৰা, মেঘদূত, বন্দনা, উদেষ্ণা, কেলভিন আদি চিনেমা হল ৷ এতিয়াৰ পৰা অপ্সৰা চিনেমা হলত চিনেমা চাবলৈ ইচ্ছা কৰিলেও চাবলৈ নাপাব দৰ্শকে ৷ অপ্সৰা চিনেমা হল বন্ধ (Apsara Cinema Hall closed) কৰি পৰিৱৰ্তিত কৰা হ'ল বিবাহ ভৱনলৈ ৷

Drugs Peddler Arrest : গড়চুকত নিচাজাতীয় টেবলেটসহ গ্ৰেপ্তাৰ এজন

বুধবাৰে পুৱা গুৱাহাটীৰ ISBT ৰ পৰা গ্ৰেপ্তাৰ এজন ড্ৰাগছ সৰবৰাহকাৰী । ৫০ হাজাৰ নিচাজাতীয় টেবলেট জব্দ আৰক্ষীৰ অভিযানত । ঘটনাত আৰক্ষীৰ লোক জড়িত থকাৰ সন্দেহ ।

ISIS threats Gautam Gambhir : প্ৰাক্তন ক্ৰিকেটাৰ গৌতম গম্ভীৰক হত্যাৰ ভাবুকি ISIS ৰ

বিজেপি সাংসদ তথা প্ৰাক্তন ক্ৰিকেটাৰ গৌতম গম্ভীৰক হত্যাৰ ভাবুকি ISIS ৰ(ISIS threats Gautam Gambhir) । ISIS কাশ্মীৰৰ পৰা বিজেপি সাংসদজনলৈ প্ৰেৰণ কৰা হৈছে ভাবুকি ভৰা ই-মেইল । সম্প্ৰতি গৌতম গম্ভীৰৰ বাসগৃহৰ বাহিৰত বৃদ্ধি কৰা হৈছে নিৰাপত্তা ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.