ETV Bharat / state

সোৱণশিৰিৰ পাৰত সহস্ৰাধিক ভূক্তভোগীৰ প্ৰতিবাদ - খাবলু আৰু পুৱ তেলাহী গাঁও

মাজুলীৰ সীমান্তৱৰ্তী খাবলু আৰু পুৱ তেলাহী গাঁও পঞ্চায়তৰ অঞ্চলবাসীয়ে স্বাধীনতা কালৰে পৰা মৌলিক অধিকাৰৰ পৰা বঞ্চিত হৈ থকাৰ অভিযাগ হাজাৰ-হাজাৰ ৰাইজৰ ৷

majuli
সহস্ৰাধিক লোকৰ তীব্ৰ প্ৰতিবাদ
author img

By

Published : Nov 30, 2019, 11:14 PM IST

মাজুলী, 30 নৱেম্বৰঃ শনিবাৰে মাজুলীৰ সীমান্তৱৰ্তী লখিমপুৰ সোৱণশিৰিৰ পাৰত লুইত খাৱলুৰ প্ৰায় পাঁচ সহস্ৰাধিক লোকে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদকাৰী সকলে জনোৱা অনুসৰি লক্ষীমপুৰ জিলাৰ লুইত খাবলু পঞ্চায়তৰ 43 খন গাঁৱৰ 20 হাজাৰ লোকে দীর্ঘ দিনে শিক্ষা স্বাস্থ্য, যাতায়ত, যোগাযোগ ,ব্যৱসায় আৰু বাণিজ্য সকলো দিশৰ পৰাই আদিম যুগৰ দৰে বসবাস কৰি আহিছে ৷ সেয়ে সমস্যাৰে জৰ্জৰিত খাবলুত পকি দলং নিৰ্মাণ, যাতায়ত-যোগাযোগ ব্যৱস্থা সুচল কৰি দিয়া আৰু শিক্ষা স্বাস্থ্য আদি উন্নয়ন সাধনৰ দাবীৰে প্ৰতিবাদকাৰী সকলে এই বিশাল প্ৰতিবাদ আৰু ৰাজহুৱা সভা অনুষ্ঠিত কৰে ৷

সোৱণশিৰিৰ পাৰত সহস্ৰাধিক ভূক্তভোগী ৰাইজৰ প্ৰতিবাদ

অঞ্চলটোৰ 43 খন গাঁৱৰ ৰাইজে অংশগ্ৰহণ কৰা সোৱণশিৰিৰ এই ৰাজহুৱা সভাত শ শ লোকে শ্ল'গান দি ৰজা ঘৰৰ দৃষ্টি আৰ্কষণৰ চেষ্টা কৰে ৷ প্ৰতিবাদী ৰাইজ সকলে লুইত আৰু খাবলুত পকী দলং নিৰ্মাণ , সোৱণশিৰি আৰু খেৰকতীয়া নদী খহনীয়া প্ৰতিৰোধ, শিক্ষা, যাতায়াত আৰু স্বাস্থ্যৰ ক্ষেত্ৰত ক্ষীপ্ৰ উন্নয়ন আদি বিভিন্ন দাবীৰে সোৱণশিৰিৰ পাৰ উত্তাল কৰি তোলে ৷

Intro:লখিমপুৰ জিলাৰ লুইত খাৱলুৰ হাজাৰ হাজাৰ ভূক্তভোগী ৰাইজৰ প্ৰতিবাদ।

V.O---মাজুলী জিলা সীমান্তৱৰ্তী লক্ষীমপুৰ জিলাৰ লুইত খাৱলু বাসীৰ সোৱণশিৰি ৰ পাৰতআজি প্ৰায় ৫ সহস্ৰাধিক লোকে তীব্র প্ৰতিবাদ সাব্যস্ত কৰে।
লক্ষীমপুৰ জিলাৰ লুইত খাৱলু পঞ্চায়তৰ ৪৩ খন গাৱৰ ২০ হাজাৰ লোকে দীর্ঘ দিনে শিক্ষা স্বাস্থ্য যাতায়ত যোগাযোগ ,ব্যৱসায় বানিজ্য সকলো ফালৰ পৰা ২১ শতিকাতো অধুনিকতাৰ পোহৰ নপৰাকৈ আদিম যুগৰ দৰে বসবাস কৰি আহিছে। সমস্যা জৰ্জৰিত অঞ্চলটোৰ সমাধানত উদাসীন লক্ষিপুৰৰ জিলা প্ৰশাসন, বিধায়ক , খাবলুৰ ওপৰত পকি দলং নিৰ্মান, যাতায়ত যোগাযোগ সুচল কৰি দিয়া শিক্ষা স্বাস্থ্য আদি উন্নয়ন সাধন কৰা আৰু মাজূলীৰ লগত চামিল কৰাৰ দাবীৰে এই বিশাল প্ৰতিবাদ আৰু ৰাজহুৱা সভা অনুষ্ঠিত কৰে।
অঞ্চলটোৰ ৪৩ খন গাৱৰ ৰাইজে অংশগ্রহণ কৰে এই প্ৰতিবাদী ৰাজহুৱা সভাত। সোনৱশিৰিৰ পাৰত শ শ লোকে শ্লোগান দি প্ৰতিবাদ সাব্যস্ত কৰি ৰজা ঘৰৰ দৃষ্টি আৰ্কষনৰ চেষ্টা কৰে ।
ৰাইজৰ দাবী লুইত আৰু খাৱলুত পকী দলং নিৰ্মান, সোৱণশিৰি আৰু খেৰকতীয়া নদী খহনীয়া প্ৰতিৰোধ, শিক্ষা, যাতায়াত, স্বাস্থ্য ৰ ক্ষেত্ৰত ক্ষীপ্ৰ উন্নয়ন।
বিভিন্ন দাবীৰ সমৰ্থনত ধ্বৰ্ণাৰে উত্তাল কৰে সোৱণশিৰি পাৰ।

বাইট- স্থানীয় ব্যক্তি।।

মাজুলীৰ সীমান্তৱৰ্তী খাৱলু আৰু পুৱ তেলাহী গাৱ পঞ্চায়তৰ অঞ্চলবাসীয়ে স্বাধীনোত্তৰ কালৰে পৰা মৌলিক অধিকাৰ ৰ পৰা বঞ্চিত হৈ আছে । Body:মাজুলীৰ পৰা যদুমণি শইকীয়া ইটিভি ভাৰত অসমConclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.