ETV Bharat / state

ৰূপজ্যোতিৰ নানা ৰূপ ! এইবাৰ পিঠিত চাউলৰ বেগ - বানাক্ৰান্তক সহায়

মুখ্যমন্ত্ৰীৰ সমষ্টিৰ বানাক্ৰান্তক সহায়ৰ পৰা আগবাঢ়ি আহিল ৰূপজ্যোতি কুৰ্মী ৷ বিতৰণ কৰিলে বান সাহায্য ৷ নামি পৰিল বিধ্বস্ত পথ মেৰামতিতো ৷

পিঠিত চাউলৰ বেগ লৈ বানাক্ৰান্তৰ কাষত ৰূপজ্যোতি কুৰ্মী
author img

By

Published : Jul 23, 2019, 5:46 PM IST

মাজুলী, 23 জুলাই : বানে জুৰুলা কৰা মুখ্যমন্ত্ৰীৰ সমষ্টিৰ বানাক্ৰান্তক সহায়ৰ বাবে আগবাঢ়ি আহিল এগৰাকী বিধায়ক ৷ পিঠিত ৫০ কেজি চাউলৰ বেগলৈ বন্যাৰ্তক সহায়ৰ বাবে নামি পৰা বিধায়কগৰাকী হ'ল মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী ৷ নিজাববীয়াকৈ বানাক্ৰান্তৰ মাজত প্ৰদান কৰিলে বান সাহায্য ৷ ইফালে বানাক্ৰান্তক সহায়ৰ বাবে আগবাঢ়ি অহা বিধায়কগৰাকী নামি পৰিল বিধ্বস্ত পথ মেৰামতিত ৷ বানত খহি যোৱা বনগাঁও শালমৰা গড়কাপ্তানি পথৰ এটা অংশ আজিও মেৰামতি নোহোৱাত ক্ষোভ প্ৰকাশ কৰি বিধায়কগৰাকী নিজেই বৰ্তী হয় পথ মেৰামতিত ।

Intro:Gfx.... পিঠিত ৫০ কে জি চাউলৰ বেগ লৈ মুখ্যমন্ত্ৰীৰ সমষ্টিত এজন বিধায়ক।
Gfx. .. মাজুলীত বান সাহাৰ্য্য বিতৰণৰ বাবে আহি পথ নিৰ্মাণত নামিল বিধায়ক গৰাকী।
Gfx... হাতত চাঙিলৈ বনগাঁও যোগী শালমৰা গড়কাপ্তানি পথ মেৰামতি।
Gfx... ৰূপজ্যোতিৰ বিজেপি গমন নাটক আছিল।
   VO.... বানেধোৱা মাজুলীৰ বিধস্ত গড়কাপ্তানি পথ নিজে মেৰামতি কৰাত লাগিল এগৰাকী বিধায়ক। সেই গৰাকী বিধায়কেই মানৱ সেৱাই ঈশ্বৰ সেৱাৰ বানি লৈ পিঠিত ৫০ কে জি চাউলৰ বেগলৈ বন্যাত্বক অকনমান সেৱাৰ বাবে আগবাঢ়ি আহিল। সেই গৰাকী ব্যতিক্ৰমি মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী। আজি মাজুলীৰ যোগী গাঁৱত প্ৰদান কৰে নিজাববীয়াকৈ বান সাহাৰ্য্য। ইফালে বান আতৰাৰ ৬/৭ পাছটো বনগাঁও শালমৰা গড়কাপ্তানি পথৰ এটা অংশ বানত খহিযোৱাত আজিও নহ'ল মেৰামতি। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ সমষ্টিত প্ৰশাসনৰ এনে নিষ্ক্ৰীয়তাত  বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ ক্ষোভ।                বাইট--- ৰূপজ্যোতি।
ইফালে বান সাহাৰ্য্য বিতৰণৰ বাবে আহি চৰকাৰে বন্যাত্বক উপযুক্ত সাহাৰ্য্য প্ৰদান নকৰাৰ অভিযোগ তোলে।
  বাইট--- ৰূপজ্যোতি।
আনহাতে অৰুনাচলত নিৰ্মাণ কৰিবলৈ লোৱা বৃহৎ ডিবাং জলবিদ্যুত প্ৰকল্প সন্দৰ্ভত তাতপৰ্য পুৰ্ণ মন্তব্য আগবঢ়াই।
  বাইট--- ৰূপজ্যোতি।
Body:ৰূপজ্যোতিৰ বিজেপি গমন এখন নাটক আছিল সেইকথা বিধায়ক গৰাকীয়ে ব্যাখ্যা দিয়ে।                বাইট--- ৰূপজ্যোতি।
 Conclusion:মাজুলীৰ পৰা যদুমণি শইকীয়া
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.