ETV Bharat / state

মাজুলীত অৱসৰ প্ৰাপ্ত সৈনিক সমাৰোহ - যোৰহাটস্থিত অৱসৰ প্ৰাপ্ত সৈনিক সকলৰ মুখ্য কাৰ্যালয়

মাজুলীত অৱসৰ প্ৰাপ্ত সৈনিক সকলক লৈ সৈনিক সমাৰোহৰ আয়োজন ৷ দেশৰ প্ৰতিৰক্ষাৰ ক্ষেত্ৰত সেৱা আগবঢ়োৱা মাজুলীৰ অৱসৰ প্ৰাপ্ত সৈনিক সকলক লৈ মাজুলীৰ বনগাঁৱত দিনযোৰা কাৰ্যসূচীৰে অৱসৰপ্ৰাপ্ত সৈনিক সমাৰোহ খনৰ অনুষ্ঠিত কৰা হয় ৷

as_maj_01_sainik_samaroh_majuli_vis_img_as10026
mazuli zila ex servicemen rally
author img

By

Published : Feb 14, 2021, 8:42 PM IST

মাজুলী, 14 ফেব্ৰুৱাৰী: দেশৰ প্ৰতিৰক্ষাৰ ক্ষেত্ৰত সেৱা আগবঢ়োৱা মাজুলীৰ অৱসৰ প্ৰাপ্ত সৈনিক সকলক লৈ মাজুলীত অনুষ্ঠিত কৰা হ'ল এক অৱসৰপ্ৰাপ্ত সৈনিক সমাৰোহৰ ৷ মাজুলীৰ বনগাঁৱত দিনযোৰা কাৰ্যসূচীৰে অৱসৰপ্ৰাপ্ত সৈনিক সমাৰোহ সম্পন্ন হয় ৷

যোৰহাটস্থিত অৱসৰ প্ৰাপ্ত সৈনিক সকলৰ মুখ্য কাৰ্যালয়ৰ নিৰ্দেশ মৰ্মে মাজুলী জিলাৰ অৱসৰ প্ৰাপ্ত সৈনিক সন্থাৰ সহযোগত দ্বীপ জিলা মাজুলীৰ বনগাঁৱত এই প্ৰাক্তন সৈনিক সন্থাৰ সমাৰোহ খন অনুষ্ঠিত হয় ৷

যোৰহাটস্থিত অৱসৰ প্ৰাপ্ত সৈনিক সকলৰ মুখ্য কাৰ্যালয়ৰ নিৰ্দেশ মৰ্মে সমাৰোহৰ আয়োজন

সমাৰোহ খনিত মাজুলীৰ অৱসৰ প্ৰাপ্ত সৈনিক সকলে সন্মুখীন হৈ অহা বিভিন্ন সমস্যাৰ লগতে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ পৰা পাব লগীয়া সুবিধা সমূহৰ উপৰত এক আলোচনা অনুষ্ঠিত হয় বুলি জানিব পৰা গৈছে ৷

সমাৰোহত যোৰহাট সৈনিক কাৰ্যালয়ৰ বহু কেইগৰাকী কৰ্মচাৰীৰ লগতে মাজুলীৰ অৱসৰ প্ৰাপ্ত সৈনিক আৰু সৈনিকৰ পৰিয়াল সমূহো উপস্থিত থাকে ৷

লগতে পঢ়ক: পৰেশ বৰুৱাৰ বাসগৃহত তামোল-পাণ লৈ উপস্থিত অপহৃতৰ পৰিয়াল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.