ETV Bharat / state

বানো গ'ল, গৰম বন্ধও শেষ তথাপিও আৰম্ভ নহ'ল পাঠদান

author img

By

Published : Aug 6, 2019, 3:26 PM IST

গৰম বন্ধ শেষ হোৱাৰ পিচতো বন্ধ হৈ আছে মাজুলীৰ শালমৰা উচ্চ বুনিয়াদী বিদ্যালয় । প্ৰধান শিক্ষকৰ হেমাহিৰ ফলতেই দুৰ্গন্ধৰ লগতে এক অস্বাস্থ্যকৰ পৰিৱেশত ছাত্ৰ-ছাত্ৰীসকলে পাঠগ্ৰহণ কৰাৰ অভিযোগ অভিভাৱকৰ

বানো গ'ল, গৰম বন্ধও শেষ হ'ল তথাপিও পাঠদান আৰম্ভ নহ'ল এখন বিদ্যালয়ত

মাজুলী,6 আগষ্টঃ মাজুলী শালমৰা উচ্চ বুনিয়াদী বিদ্যালয়ত চৰম অৰাজকতা । বানপানী শুকাই যোৱাৰ ২০ দিন হোৱাৰ লগতে গৰম বন্ধ শেষ হোৱাৰ ৬ দিন হ'ল যদিও মঙলবাৰেহে আৰম্ভ হ'ল বিদ্যালয়ৰ পাঠদান । বান তথা গৰাখহনীয়াই সৰ্বস্বান্ত কৰা মাজুলীৰ শালমৰা অঞ্চলত অৱস্থিত এইখন বিদ্যালয় । বানপানী শুকাই যোৱাৰ পিচতো শিক্ষাৰ পৰা বঞ্চিত হৈছে দৰিদ্ৰ কণ কণ ছাত্ৰ ছাত্ৰী সকল ।

বানো গ'ল, গৰম বন্ধও শেষ হ'ল তথাপিও পাঠদান আৰম্ভ নহ'ল এখন বিদ্যালয়ত

আনহাতে বান শুকুৱাৰ পাচতো বিদ্যালয়খনৰ পলস বোকা আঁতৰাবলৈ সময় নাপালে প্ৰধান শিক্ষক লীলা ৰাম হাজৰিকাই । ইয়াৰ ফলত যথেষ্ট ক্ষোভিত হৈ পৰিল ছাত্ৰ-ছাত্ৰীসকলৰ অভিভাৱকসকল । প্ৰধান শিক্ষকৰ হেমাহিৰ ফলতেই দুৰ্গন্ধৰ লগতে এক অস্বাস্থ্যকৰ পৰিৱেশত ছাত্ৰ-ছাত্ৰীসকলে পাঠগ্ৰহণ কৰাৰ অভিযোগ অভিভাৱকসকলৰ ।

Intro:মাজুলী বিদ্যালয় ত চৰম অৰাজক । ৫ দিনে বন্ধ বিদ্যালয়। অভিভাৱক উপস্থিত হোৱাত হুলস্থুলীয়া পৰিবেশ সৃষ্টি হয়। কেচুমুটা পলস, বোকাৰ,মাজত দুগ্ধ পৰিবেশ ত কৰিছে পাঠদান।।
----------------------------------------

V.o-- মাজুলী শালমৰা উচ্চ বুনিয়াদী বিদ্যালয় ত চৰম অৰাজক । বানপানী শুকাই যোৱা ২০ দিন পাৰ হ'ল গৰম বন্ধ শেষ হোৱাৰো ৬ দিন হ'ল কিন্তু বিদ্যালয় পাঠদান আজিহে আৰম্ভ হৈছে। মাজুলী বান গড়াখহনীয়াই সৰ্বস্তান্ত কৰা শালমৰা অঞ্চল যিটো অঞ্চলত শেহতীয়াকৈ হাতীয়ে উপদ্ৰপ চলাই আছে । দৰিদ্ৰ কন কন ছাত্ৰ ছাত্ৰী সকল বঞ্চিত হৈছে শিক্ষাৰ পৰা । ৫ দিনে বিদ্যালয় খনৰ ৰান্ধনী গৰাকীক প্ৰধান শিক্ষক ক নিৰ্দেশ দি বিদ্যালয় বন্ধ ৰাখিলে ।বান শুকুৱাৰ পাছতো বিদ্যালয় খনৰ পলস বোকা অটৰাবলৈ সময় নাপালে প্ৰধান শিক্ষক লীলা ৰাম হাজৰিকা ই । খংঙত অগ্নশৰ্মা হৈ পৰে অভিভাৱক। দুগ্ধ ৰ মাজত অস্বাস্থ কৰ পৰিবেশত আজি পাঠগ্ৰহন কৰিছে ছাত্র ছাত্ৰীয়ে। টেবুল ডেস্ক বেঞ্চ উটি গল বানত এতিয়া বহুতো ছাত্র ছাত্ৰী বিদ্যালয় লৈ আহিব পৰা নাই।।
বাইট---- অভিভাৱক ।।
Body:আনহাতে সমগ্ৰ ঘটনা অভিভাৱকে অস্বীকাৰ কৰিছে আন্ত:গাঠনিৰ পইচাই গছ কটা প্ৰধান শিক্ষক জনে নাজানে ৫ দিন বিদ্যালয় কোনে বন্ধ দিছে।।
বাইট - প্ৰধান শিক্ষক।।

৮ টা শ্ৰেনীৰ বিপৰীতে শিক্ষক মাত্ৰ তিনিজন ইংৰাজী আৰু হিন্দী শিক্ষক আজিও নিদিলে নিযুক্তি। পৰিবেশ হাবি বননিৰে ভৰা পথত একাঠু বোকা এনেদৰে চলিছে বিদ্যালয়। অকমাণ্য প্ৰধান শিক্ষক ৰ হেমাহী আৰু অকমাণ্য তাৰ বাবেই বিদ্যালয় এৰিছে ছাত্র ছাত্ৰীয়ে। আজি সহিব নোৱাৰি এনেদৰে অভিভাৱকে উত্তপ্ত কৰে । Conclusion:মাজুলীৰ পৰা যদুমণি শইকীয়া
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.