ETV Bharat / state

সত্ৰভূমিত সম্প্ৰীতিৰ নিদৰ্শন

মাজুলীৰ গুৱালগাঁও জাতীয় বিদ্যালয়ৰ প্ৰধান শিক্ষক বিপুল বৰুৱাৰ ঘৰ নিৰ্মাণ কৰিবলৈ অহা ৰাজমিস্ত্ৰীজনে ৰমজানৰ সময়চোৱাত নিজা চহৰলৈ যাব নোৱাৰিলে। কিন্তু তেনে সময়তেই লোকজনক ৰোজা ৰাখিবৰ বাবে পৰিয়ালটোৱে সম্পূৰ্ণ নীতি-নিয়মৰ মাজেৰে যোগান ধৰিছে সকলো সা-সামগ্ৰী ৷

Majuli hindu family  provides food to Islam man
সত্ৰভূমিত সম্প্ৰীতিৰ নিদৰ্শন
author img

By

Published : Apr 28, 2020, 3:23 PM IST

মাজুলী,28 এপ্ৰিলঃ আৰম্ভ হৈছে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ৰমজান মাহ ৷ ৰমজানৰ এই পবিত্ৰ ক্ষণতেই সত্ৰভূমিত দেখিবলৈ পোৱা গৈছে সম্প্ৰীতিৰ নিদৰ্শন ৷ নামনি মাজুলীৰ গোৱালগাঁৱৰ এটা পৰিয়ালে লক ডাউনৰ বাবে আবদ্ধ হৈ থকা এজন ইছলাম ধৰ্মাৱলম্বী লোকক সম্পূৰ্ণ নীতি-নিয়মৰ মাজেৰে যোগান ধৰিছে ইফতাৰৰ খাদ্য ৷

সত্ৰভূমিত সম্প্ৰীতিৰ নিদৰ্শন

উল্লেখ্য যে, মাজুলীৰ গুৱালগাঁও জাতীয় বিদ্যালয়ৰ প্ৰধান শিক্ষক বিপুল বৰুৱাৰ ঘৰ নিৰ্মাণ কৰিবলৈ অহা ৰাজমিস্ত্ৰীজনে ৰমজানৰ সময়চোৱাত নিজা চহৰলৈ যাব নোৱাৰিলে। কিন্তু তেনে সময়তেই লোকজনক ৰোজা ৰাখিবৰ বাবে পৰিয়ালটোৱে সম্পূৰ্ণ নীতি-নিয়মৰ মাজেৰে যোগান ধৰিছে সকলো সা-সামগ্ৰী ৷ যি সময়ত একাংশ লোকে ধৰ্মৰ নামত ৰাইজৰ মাজত বিভাজন অনাৰ প্ৰয়াস কৰিছে সেইসময়তেই উদাৰ এই পৰিয়ালটোৱে সত্ৰনগৰীৰ সাতামপুৰুষীয়া ঐক্যৰ এনাজৰীডালক উজলাই তুলিছে ৷

লগতে পঢ়ক-বিশ্বনাথত দুৰ্ঘটনাত পতিত হোৱা আছু নেতাৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.