ETV Bharat / state

মাজুলীত নিশা আৰক্ষীৰ মাজত গুলিয়াগুলি

author img

By

Published : Jan 1, 2020, 9:59 AM IST

Updated : Jan 1, 2020, 2:48 PM IST

MAJULI
মাজুলী

09:50 January 01

দুই আৰক্ষী উপ পৰিদৰ্শকৰ মাজত সংঘটিত হয় গুলিয়াগুলিৰ ঘটনা

মাজুলীত দুই আৰক্ষী উপ পৰিদৰ্শকৰ মাজত গুলিয়াগুলি
  • মাজুলীত 31 ডিচেম্বৰৰ নিশা অঘটন 
  • জেংৰাইমুখ থানাত গুলিয়াগুলি
  • দুই আৰক্ষী বিষয়াৰ মাজত গুলিয়াগুলিৰ ঘটনা
  • উপ-পৰিদৰ্শক মুন বসুমতাৰীয়ে গুলিয়ালে সহকৰ্মী জয়দ্বীপ নাথক
  • জয়দ্বীপ নাথ জেংৰাইমুখ থানাৰ উপ-পৰিদৰ্শক
  • নিশা ৯.৪০ বজাত সংঘটিত এই ঘটনা
  • গুৰুতৰভাৱে আহত হৈছে উপ-পৰিদৰ্শক জয়দ্বীপ নাথ
  • যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন জয়দ্বীপ নাথ
  • সমগ্ৰ ঘটনা গাপ দিয়াৰ চেষ্টা মাজুলী আৰক্ষীৰ
  • উপ-পৰিদৰ্শক মুন বসুমতাৰী আত্মগোপন কৰিছে
  • ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া মাজুলীত

Intro:Majuli Breking

৩১ ডিচেম্বৰৰ নিশা জেংৰাইমুখ থানাত অঘটন ৷
জেংৰাইমুখ থানাত গুলিয়াগুলি ।

S.I. মুন বসুমতাৰীয়ে গুলিয়ালে সহকৰ্মী S I. জয়দ্বীপ নাথক ৷

মুন বসুমতাৰী বৰ্তমান ফুলনি থানাৰ S.I হিচাপে কৰ্মৰত আছিল।

নিশা প্ৰায় ৯:৪০ বজাত সংঘটিত এই ঘটনা ৷

গুৰৰুতৰ ভাৱে আহত জয়দ্বীপ নাথ।

আহত জয়দ্বীপ নাথ বৰ্তমান যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে ৷

মুন বসুমতাৰী ক 'ত বৰ্তমান আৰক্ষীয়ে জানিবলৈ দিয়া নাই ৷ সমগ্ৰ ঘটনা আৰক্ষীয়ে গাপ দিয়াৰ চেষ্টা । সংবাদ মাধ্যমৰ পৰা দুৰত অৱস্থান জেংৰাইমুখ থানাৰ O C ইন্দ্ৰেশ্বৰী পেগু ।
Body:মাজুলীৰ পৰা যদুমণি শইকীয়া ইটিভি ভাৰত অসম।Conclusion:
Last Updated : Jan 1, 2020, 2:48 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.