ETV Bharat / state

মাজুলীত অত্যাধুনিক ক্ৰিকেট খেলপথাৰৰ আধাৰশিলা স্থাপন মুখ্য়মন্ত্ৰী সোণোৱালৰ

author img

By

Published : Nov 30, 2020, 8:28 PM IST

নদীদ্বীপ মাজুলীত স্থাপন হ'ব অত্যাধুনিক ক্ৰিকেট খেলপথাৰ। মাজুলীত লুকাই থকা সুপ্ত প্ৰতিভা পুনৰ বিকশিত হৈ উঠিব। ৰাস উৎসৱৰ উলহ-মালহ পৰিৱেশৰ মাজতে সোমবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মাজুলীৰ কমলাবাৰীত আধাৰশিলা স্থাপন কৰিলে অত্যাধুনিক খেলপথাৰৰ।

majuli-cricket-stadium-story
নদীদ্বীপ মাজুলীত স্থাপন হ'ব অত্যাধুনিক ক্ৰিকেট খেল পথাৰ

মাজুলী, 30 নৱেম্বৰ : নদীদ্বীপ মাজুলীত স্থাপন হ'ব অত্যাধুনিক ক্ৰিকেট খেলপথাৰ। মাজুলীত লুকাই থকা সুপ্ত প্ৰতিভা পুনৰ বিকশিত হৈ উঠিব। ৰাস উৎসৱৰ উলহ-মালহ পৰিবেশৰ মাজতে সোমবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মাজুলীৰ কমলাবাৰীত আধাৰশিলা স্থাপন কৰিলে অত্যাধুনিক খেলপথাৰৰ। লগে লগেই অসম ক্ৰিকেট সন্থাত সংযোজিত হ'ল আন এখন জিলাৰ। মূলতঃ মাজুলীৰ বুকুত লুকাই থকা প্ৰতিভাসমূহ উলিয়াই অনাৰ লক্ষ্যৰেই স্থাপন কৰিছে এই খেলপথাৰখন ৷

আধাৰশিলা স্থাপন কৰি মুখ্য়মন্ত্ৰী সোণোৱালে কয় যে, মাজুলীৰ মানুহৰ মৰম চেনেহৰ বাবেই চৰকাৰী আঁচনিবোৰ সুচাৰুৰূপে ৰূপায়ণ কৰিব পাৰিছে চৰকাৰখনে ।

লগতে পঢ়ক: নগাঁৱত বৰচিলা যুৱক সংঘৰ সৌজন্যত এখনি প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.