ETV Bharat / state

আজি সামৰণি পৰিব মাজুলী আউনিআটী সত্রৰ পালনাম

author img

By

Published : Nov 15, 2020, 10:45 PM IST

আজি নিশা সামৰণি পৰিব মাজুলী আউনিআটী সত্ৰৰ পালনাম ৷ বুধবাৰৰ পৰা আৰম্ভ হোৱা পালনামত এইবেলি ক'ভিড ‌১৯ ৰ ভয়াবহতাৰ বাবে আন বছৰৰ তুলনাত ভক্তৰ সমাগম কম পৰিলক্ষিত হয় ৷

as_maj_auniaati-satra-pal-naam_img_10026
আজি সামৰণি পৰিব মাজুলী আউনিআটী সত্রৰ পালনাম

মাজুলী, 15 নৱেম্বৰঃ আজি নিশা সামৰণি পৰিব মাজুলী আউনিআটী সত্ৰৰ পালনাম ৷ বুধবাৰৰ পৰা আৰম্ভ হোৱা পালনামত এইবেলি ক'ভিড ‌১৯ ৰ ভয়াবহতাৰ বাবে আন বছৰৰ তুলনাত ভক্তৰ সমাগম কম পৰিলক্ষিত হয় ৷ কিন্তু ইয়াৰ মাজতো কেইটাও বিদেশী পৰ্যটকৰ দলে পালনামত উপস্থিত হয় ৷ প্ৰায় 300 বছৰীয়া কৃষ্টি ৰক্ষা কৰি অনুষ্ঠিত কৰা পালনামত আজি শেষৰ দিনাও হৰি নামৰ ধ্বনিৰে মুখৰিত হয় আউনীআটী সত্ৰৰ চৌপাশ ৷

লগতে পঢ়ক-গোলাঘাটৰ নুমলীগড়ত কৃষিমন্ত্ৰী অতুল বৰাৰ বিস্ফোৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.