ETV Bharat / state

মাইকযোগে ঘোষণাৰে সজাগতাৰ চেষ্টা মাজুলী প্ৰশাসনৰ

author img

By

Published : Apr 24, 2021, 11:17 AM IST

মাজুলীবাসীক কৰ’ণাৰ প্ৰতি সজাগতা সৃষ্টিৰ প্ৰয়াস প্ৰশাসনৰ ৷ জিলাখনৰ ভিতৰুৱা গাঁৱসমূহত মাইকেৰে ঘোষণা কৰি ৰাইজক সজাগ কৰিছে প্ৰশাসনে ৷

মাজুলী জিলা প্ৰশাসনৰ প্ৰশংসনীয় পদক্ষেপ
মাজুলী জিলা প্ৰশাসনৰ প্ৰশংসনীয় পদক্ষেপ

মাজুলী,24 এপ্ৰিল: সমগ্ৰ ভাৰতৰ লগতে অসমতো কৰ’ণাই ত্ৰাসৰ সৃষ্টি কৰিছে ৷ অন্যান্য জিলাৰ দৰে মাজুলীৰ জিলা প্ৰশাসনেও কৰ’ণাৰ পৰা জিলাখনক ৰক্ষা কৰিবলৈ বিভিন্ন চেষ্টা অব্যাহত ৰাখিছে ৷ মাজুলীৰ প্ৰতিখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগতে ভিতৰুৱা গাঁৱসমূহলৈ প্ৰশাসনৰ লোক গৈ সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰিছে ।

মাজুলী জিলা প্ৰশাসনৰ প্ৰশংসনীয় পদক্ষেপ

মাজুলীৰ বিভিন্ন স্থানত প্ৰশাসনৰ নিৰ্দেশমৰ্মে ভ্ৰাম্যমান সজাগতা অনুষ্ঠান অনুষ্ঠিত কৰা পৰিলক্ষিত হয় । মাইকৰ জৰিয়তে জন সাধাৰণক উদ্দেশ্যি কৰ’ণা ভাইৰাছৰ সময়ত কিদৰে সাৱধানতা অৱলম্বন কৰিব লাগে সেয়া প্ৰশাসনৰ লোকে প্ৰচাৰ কৰে ৷

লগতে পঢ়ক : নিষিদ্ধ ড্ৰাগছ সহ জুৰীয়াত আটক ড্ৰাগছ ব্যৱসায়ী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.