মাজুলী, 7 জুনঃ প্ৰতিস্থাৰ পূৰ্বেই বিতৰ্কত সোমাই পৰিছে মাজুলীত প্ৰতিষ্ঠা হ'বলগীয়া উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ সাংস্কৃতিক বিশ্ববিদ্যালয় ৷ কাৰণ বিশ্ববিদ্যালখনৰ উপাচাৰ্য্য ৰূপে নিযুক্তি লাভ কৰা ডম্বৰুধৰ নাথে ছাত্ৰীক নিৰ্যাতনৰ অভিযোগত সংবাদ মাধ্যমৰ শিৰোনাম দখল ৷ যাক লৈ মাজুলীত প্ৰতিষ্ঠা হ'ব লগা সাংস্কৃতিক বিশ্ব বিদ্যালয় অচলাৱস্থা সৃষ্টি হোৱাৰ শংকাত ভুগিছে মাজুলীবাসী ।
প্ৰতিষ্ঠাৰ পূৰ্বেই বিতৰ্কত মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয় - মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়
"বিশ্ববিদ্যালখনৰ উপাচাৰ্য্য ৰূপে নিযুক্তি লাভ কৰা ডম্বৰুধৰ নাথে ছাত্ৰীক নিৰ্যাতনৰ অভিযোগত সংবাদ মাধ্যমৰ শিৰোনাম দখল ৷ যাক লৈ মাজুলীত প্ৰতিষ্ঠা হ'ব লগা সাংস্কৃতিকবিশ্ব বিদ্যালয়ত অচলাৱস্থা সৃষ্টি হোৱাৰ শংকাত ভুগিছে মাজুলীবাসী"
প্ৰতিষ্ঠাৰ পূৰ্বেই বিতৰ্কত মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়
মাজুলী, 7 জুনঃ প্ৰতিস্থাৰ পূৰ্বেই বিতৰ্কত সোমাই পৰিছে মাজুলীত প্ৰতিষ্ঠা হ'বলগীয়া উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ সাংস্কৃতিক বিশ্ববিদ্যালয় ৷ কাৰণ বিশ্ববিদ্যালখনৰ উপাচাৰ্য্য ৰূপে নিযুক্তি লাভ কৰা ডম্বৰুধৰ নাথে ছাত্ৰীক নিৰ্যাতনৰ অভিযোগত সংবাদ মাধ্যমৰ শিৰোনাম দখল ৷ যাক লৈ মাজুলীত প্ৰতিষ্ঠা হ'ব লগা সাংস্কৃতিক বিশ্ব বিদ্যালয় অচলাৱস্থা সৃষ্টি হোৱাৰ শংকাত ভুগিছে মাজুলীবাসী ।
Slug--Majuli AASU Press Meet.
VO.... মাজুলী প্ৰতিস্থা হৱ লগা উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ সাংস্কৃতিক বিশ্ব বিদ্যালয়ৰ উপাচাৰ্য্য ৰূপে ডম্বৰুধৰ নাথৰ নিযুক্তিৰ লগে লগে ছাত্ৰীক নিৰ্যাতন ঘটনাই সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিছে। ইয়াকে লৈ মাজুলীত হৱ লগা সাংস্কৃতিক বিশ্ব বিদ্যালয় অচলাৱস্থা সৃষ্টি হোৱাৰ সংকাট ভূগিছে মাজুলীবাসী। আজি শুক্ৰবাৰে মাজুলী মহকুমা আৰু যোৰহাট জিলা ছাত্ৰ সন্থাই এই বিষয়ত এক সংবাদ মেল সম্বোধন কৰে। সংবাদ মেলত আছু, কোঁচ ৰাজবংসি ছাত্ৰ সন্থা, মাজুলী জিলা সাহিত্য সভা, মহিলা সমিতি, মাজুলী জেষ্ঠ নাগৰিক সন্থাকে ধৰি চৈধ্য টা সংগঠনে অংশগ্ৰহণ কৰি বক্তব্য আগ বঢ়াই। অসম চৰকাৰক সাংস্কৃতিক বিশ্ব বিদ্যালয়খনৰ কাম ক্ষিপ্ৰ ভাৱে আগবঢ়াই নিৱলৈ আহ্বান জনাই।
বাইট--- সভাপতি যোৰহাট জিলা আছু।
ইফালে জুবিন গাৰ্গে মাজুলীৰ দৰে স্থানত সাংস্কৃতিক বিশ্ব বিদ্যালয়ত বিতৰ্কিত ব্যক্তিক উপাচাৰ্য্য ৰূপে নিযুক্তি নিদিবলৈ আহ্বান জনোৱাৰ পাছ দিনাই অনুস্থিত কৰা সংবাদ মেলত সাংবাদিকে বাৰে-বাৰে প্ৰশ্ন কৰাৰ পাছতো স্পৰ্শ উত্তৰৰ পৰা বিৰত থাকে কেউটা সংগঠন। তাৰ বিপৰিতে বিতৰ্কিত নাথৰ হৈহে যুক্তি প্ৰদৰ্শন কৰা দেখাগল।
বাইট--- আছু।
বাইট--- সভাপতি জিলা সাহিত্য সভা।
মাজুলীৰ পৰা যদুমণি শইকীয়া ইটিভি ভাৰত অসম ।