ETV Bharat / state

মাজুলীৰ লুকুমণিক আপোনাৰ সহায়ৰ প্ৰয়োজন

author img

By

Published : Sep 10, 2019, 10:29 PM IST

মাজুলীৰ কঢ়াল গাঁৱৰ লুকুমণি শইকীয়া নামৰ এগৰাকী ছাত্ৰীয়ে ব্ৰেইন টিউমাৰ ৰোগত আক্ৰান্ত হৈ বিগত 26 দিন ধৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালৰ বিচনাত মৃত্যুৰে যুঁজি আছে ৷ ছাত্ৰী গৰাকীৰ উন্নত চিকিৎসাৰ বাবে আৰ্থিক সহায় কৰিবলৈ পৰিয়ালৰ লোকৰ আহ্বান ৷

মাজুলীৰ লুকুমণিক আপোনাৰ সহায়ৰ প্ৰয়োজন

মাজুলী, 10 চেপ্তেম্বৰঃ মাজুলীৰ কঢ়াল গাঁৱৰ লুকুমণি শইকীয়া নামৰ এগৰাকী ছাত্ৰীয়ে ব্ৰেইন টিউমাৰ ৰোগত আক্ৰান্ত হৈ বিগত 26 দিন ধৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালৰ বিচনাত মৃত্যুৰে যুঁজি আছে ৷ পূৱ মাজুলীৰ কঢ়াল গাঁৱৰ উচ্চতৰ মাধ্যমিকৰ ছাত্ৰী গৰাকীৰ উন্নত চিকিৎসাৰ বাবে চিকিৎসকে বহিঃৰাজ্যলৈ প্ৰেৰণৰ নিদেৰ্শ দিছে যদিও পৰিয়ালৰ লোকে আৰ্থিক দুৰৱস্থাৰ বাবে প্ৰদান কৰিব পৰা নাই উন্নত চিকিৎসা ৷ এতিয়া পৰিয়ালৰ লোকে ছাত্ৰী গৰাকীৰ চিকিৎসাৰ বাবে আৰ্থিক সহায় কৰিবলৈ দল সংগঠন তথা অসমবাসী ৰাইজক আহ্বান জনাইছে ৷ এই ক্ষেত্ৰত United Bank Of India 1320010527866, Lukumani Saikia UTBIOBNAH12 Majuli Bongaon নম্বৰত আৰ্থিক সহায় আগবঢ়াব পাৰিব ৷

Intro:মৃত্যু ৰে যুজিঁছে মাজুলীৰ মৰমলগা লুকুমনিয়ে ।।

নিৰুপায় পৰিয়ালৰ ৰাইজলৈ সহায় ভীক্ষা।

V.o----- মাজুলীৰ কঢ়াল গাৱৰ মৰমলগা ছোৱালী লুকুমনি। বিগত ২৬ টা দিনে লুকুমনি পৰি আছে গুৱাহাটীৰ চিকিৎসা মহাবিদ্যালয়ৰ বিচনাত। মৃত্যুৰ ক্ষন গনিছে। অসহায় মাজুলীৰ দৰিদ্ৰ পৰিয়াল । পূৱ মাজুলীৰ কঢ়াল গাৱৰ উচ্ছতৰ মাধ্যমিকৰ ছাত্ৰী লুকুমনিৰ প্ৰায় মুৰ বিষাই থাকে এদিন গড়মূৰ চিকিৎসা লয়ত ডাক্তৰক দেখুৱালত ডাক্তৰে যোৰহাট লৈ লিখি দিছিল যোৰহাট ৰ টৰা গুৱাহাটীৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰিছিল। ডাক্তৰে কোৱা মতে ব্ৰেইন টিউমাৰ হৈছে লুকুমনিৰ । লাগে ১২ ৰ পৰা ১৫ লক্ষাধিক টকা অসমৰ বাহিৰত কৰিব লাগিব চিকিৎসা। দৰিদ্ৰ পিতৃ মাতৃৰ মুৰত সৰগ ভাগি পৰিল উপায়হীন পৰিয়িল। মাজুলীৰ মৰমলগা - লুকুমনি শইকীয়া ৰাবে সহায় ভীক্ষা পৰিয়ালৰ । যোৱা ২৬দিন ধৰি GMCH ত ভৰ্তি হৈ আছে। চিকিৎসকে বাহিৰলৈ চিকিৎসা ৰ বাবে নিবলৈ কৈছে যদিও নাই টকা । পৰিয়ালৰ আৰ্থিক দুৰাৱস্থাৰ বাবে তাইৰ সামান্য চিকিৎসা ও আগবঢ়াব পৰা নাই। সেয়েহে পৰিয়াল টোৱে অসমবাসী ৰাইজৰ পৰা আৰ্থিক সহায় বিছাৰিছে। কোনো হৃদয়বান লোকে মাজুলীৰ দুখ পোৱা ছোৱালী জনীৰ মুখত হাহি দিৱ খুজিলে আৰ্থিক সাহাৰ্য আগবঢ়ালে UNITED BANK OF INDIA
1320010527866
LUKUMANI SAIKIA
UTBIOBNAH12
MAJULI BONGAON এই ঠিকনাত দিৱ পাৰিব । Body:মাজুলীৰ পৰা যদুমণি শইকীয়া Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.