ETV Bharat / state

মাংগলিক কাৰ্যৰে মাজুলী-যোৰহাট সংযোগী দলঙৰ ভূমি পূজন

author img

By

Published : Feb 18, 2021, 4:18 PM IST

Updated : Feb 18, 2021, 5:42 PM IST

কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা আৱণ্টিত 925 কোটি টকাৰে নিৰ্মাণ হ'বলগীয়া মাজুলী-যোৰহাট সংযোগী দলঙৰ আজি ভূমি পূজন কৰা হয় ৷ এই উপলক্ষে আয়োজন কৰা অনুষ্ঠানত ভিডিঅ' কনফাৰেন্স যোগে অংশগ্ৰহণ কৰে দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷

FOUNDATION STONE IN JORHAT MAJULI BRIDGE
মাংগলিক কাৰ্যৰে মাজুলী-যোৰহাট সংযোগী দলঙৰ ভূমি পূজন

মাজুলী, 18 ফেব্ৰুৱাৰী : কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা আৱণ্টিত 925 কোটি টকাৰে নিৰ্মাণ হ'বলগীয়া মাজুলী-যোৰহাট সংযোগী দলঙৰ আজি ভূমি পূজন কৰা হয় ৷ এই উপলক্ষে আয়োজন কৰা অনুষ্ঠানত ভিডিঅ' কনফাৰেন্স যোগে অংশগ্ৰহণ কৰে দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷

ভূমি পূজনৰ কাৰ্যসূচীৰ অনুসৰি পুৱাতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে মাজুলীৰ কেইবাখনো সত্ৰ সত্ৰাধিকাৰ সকলে দক্ষিণ পাট সত্ৰৰ সমীপৰ পাৰঘাটত ভূমি পূজন কৰে ৷ ইয়াৰ পিচতে দক্ষিণপাটত মাজুলীৰ সত্ৰাধিকাৰ সহ ভকত বৈষ্ণৱ সকলে নাম প্ৰসংগ কৰি মাংগলিক কাৰ্য সম্পন্ন কৰে ৷

ভূমি পূজনৰ লগত সংগতি ৰাখি আয়োজন কৰা সভাত কেন্দ্ৰীয় মন্ত্ৰী নিতিন গাডকাৰী, মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা, কেন্দ্ৰীয় মন্ত্ৰী জীতেন্দ্ৰ সিং, ৰাজ্যিক পথ পৰিবহণ মন্ত্ৰী ভি.কে সিং, ৰামেশ্বৰ তেলী , বিত্ত মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী কেশৱ মহন্ত , অতুল বৰা, নৱ কুমাৰ দলে, ৰঞ্জিত দত্ত, সাংসদ প্ৰদান বৰুৱাকে আদি কৰি বহু সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

লগতে পঢ়ক: লখিমপুৰত শীতলীকৰণ ভঁৰালৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ

Last Updated : Feb 18, 2021, 5:42 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.