ETV Bharat / state

মাজুলী-যোৰহাট সংযোগী দলঙক লৈ কংগ্ৰেছৰ প্ৰতিক্ৰিয়া‌ - বিজেপি

মাজুলী-যোৰহাট সংযোগী দলঙক লৈ বিজেপিয়ে ৰাজনীতি কৰি আছে ৷ নিৰ্বাচনৰ অধিসূচনাৰ বাবে মাত্ৰ ১০/১৫ দিন বাকী এতিয়া মাজুলীত কেৱল দলঙৰ ৰাজনীতি চলিছে । মঙলবাৰে মাজুলিত অনুষ্ঠিত কংগ্ৰেছৰ এক বুথ সন্মিলনত অংশগ্ৰহণ কৰি এনেদৰে বিজেপিক সমালোচনাৰ লক্ষ্য কৰি লয় কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী ৰাজীৱ লোচন পেগু আৰু অসম প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই ৷

congress reaction againts majuli-jorhat bridge
মাজুলী-যোৰহাট সংযোগী দলঙক লৈ কংগ্ৰেছৰ প্ৰতিক্ৰিয়া‌
author img

By

Published : Feb 9, 2021, 10:17 PM IST

মাজুলী, 9 ফেব্ৰুৱাৰী : মাজুলী-যোৰহাট সংযোগী দলঙক লৈ বিজেপিয়ে ৰাজনীতি কৰি আছে ৷ নিৰ্বাচনৰ অধিসূচনাৰ বাবে মাত্ৰ ১০/১৫ দিন বাকী এতিয়া মাজুলীত কেৱল দলঙৰ ৰাজনীতি চলিছে । মঙলবাৰে মাজুলিত অনুষ্ঠিত কংগ্ৰেছৰ এক বুথ সন্মিলনত অংশগ্ৰহণ কৰি এই দৰে বিজেপিক সমালোচনাৰ লক্ষ্য কৰি লয় কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী ৰাজীৱ লোচন পেগু আৰু অসম প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ অপূৰ্ব ভট্টাচাৰ্যই ৷

মাজুলী-যোৰহাট সংযোগী দলঙক লৈ কংগ্ৰেছৰ প্ৰতিক্ৰিয়া‌

'যোৱাকালি ৰাষ্ট্ৰীয় স্থল পথ-পৰিবহন মন্ত্ৰী নীতিন গাদকাৰীয়ে এক টুইটযোগে মাজুলী-যোৰহাট সংযোগী দলঙৰ ঠিকা ইউ পি ষ্টেট ব্ৰিজক প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে । কিন্তু ৫ বছৰে মাজুলী-যোৰহাট সংযোগী দলঙৰ নিৰ্মাণ ক্ষেত্ৰত কি কৰিলে ?' গেৰুৱা দলটোক এইবুলি প্ৰশ্ন কৰে কংগ্ৰেছ মুখপাত্ৰ অপূৰ্ব ভট্টাচাৰ্যই ৷

তেখেতে লগতে কয়, বৰ্তমানৰ বিজেপি চৰকাৰে আগন্তুক 21 ৰ নিৰ্বাচনক কেন্দ্ৰ কৰি পূৰ্বে আধাৰশিলা স্থাপন কৰি আৰু এতিয়া নিৰ্মাণ দায়িত্ব প্ৰদাণ কৰি নিৰ্বাচনী বৈতৰণী পাৰ কৰিব বিছাৰিছে ৷ পাঁচ বছৰে মাজুলী-যোৰহাট সংযোগী দলঙলৈ মনত নপৰা নীতিন গাদকাৰীয়ে অধিসুচনাৰ বাবে মাত্ৰ ১০/১৫ দিন বাকী থকা সময়তে নিৰ্মাণ দায়িত্ব অৰ্পন কৰা ঘোষণাই বিজেপিৰ মুখা পিন্ধা চৰিত্ৰক উদঙাই দিছে বুলিও অপূৰ্ব ভট্টাচাৰ্যই মন্তব্য প্ৰকাশ কৰে ৷

লগতে পঢ়ক: কাইলৈ 19 সংখ্যক বিটিচি চুক্তি দিৱস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.