মাজুলী, 25 ডিচেম্বৰ : ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে সত্ৰ নগৰী মাজুলীতো শান্তি-সম্প্ৰীতিৰে উদযাপন কৰা হৈছে পবিত্ৰ বৰদিন ৷ মাজুলীৰ প্ৰতিটো গীৰ্জাঘৰ কেৰলৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে ৷
![celebrate-x-mass-with-the-message-of-peace-and-harmony-in-majuli](https://etvbharatimages.akamaized.net/etvbharat/prod-images/10007050_oo.jpg)
মাজুলীৰ 62 টা গীৰ্জা গৃহত অনুষ্টুপীয়াকৈ উদযাপন কৰা হৈছে বৰদিন ৷ জাকজমকতা পৰিহাৰ কৰি ধৰ্মীয় পৰম্পৰা ৰক্ষাৰ উদ্দেশ্যে বৰদিন উদযাপন কৰিছে খ্ৰীষ্টান ধৰ্মালম্বীসকলে ৷
লগতে পঢ়ক : পলাশবাৰীত ট্ৰাকৰ খুন্দাত নিহত চাইকেল আৰোহী