ETV Bharat / state

মাজুলীত কেলিফ্ৰনিয়া বিশ্ববিদ্যালয়ৰ অধ্যাপক

মাজুলীত আমেৰিকা কেলিফ্ৰনিয়াৰ অধ্যাপক । লজ,এঞ্জেলজত জেকৱে মাজুলী ভ্ৰমণৰ সুন্দৰ অভিজ্ঞতা প্ৰকাশ কৰে ৷

California university professor at majuli
মাজুলীত আমেৰিকা কেলিফ্ৰনিয়াৰ অধ্যাপক
author img

By

Published : Jan 10, 2020, 11:42 PM IST

Updated : Jan 11, 2020, 2:39 PM IST

মাজুলী , 10 জানুৱাৰী : ৰাজ্যত নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ বাবে মাজুলীত বিগত বৰ্ষৰ তুলনাত পৰ্যটকৰ সংখ্যা হ্ৰাস পোৱা পৰিলক্ষিত হৈছে । তাৰ মাজতে মাজুলীত উপস্থিত হৈছেহি সূদূৰ আমেৰিকাৰ কেলিফ্ৰনিয়াৰ এগৰাকী পৰ্যটক । তেখেতৰ নাম জেকৱ ৰ'ছ । কেলিফ্ৰনিয়াৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক হিচাপে কাম কৰি থকা জেকৱে অসম আৰু অসমীয়া কলা সংস্কৃতিৰ প্ৰেমত পৰাৰ কথা সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে ৷ লজ, এঞ্জেলজত জেকৱে মাজুলী ভ্ৰমণ কৰি নিজৰ অভিমত প্ৰকাশ কৰে বুলি মন্তব্য কৰে । তেখেতে এগৰাকী অসমীয়া উপযুক্ত ছোৱালী পালে বিয়া কৰোৱাৰ কথাও সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ।

মাজুলীত আমেৰিকা কেলিফ্ৰনিয়াৰ অধ্যাপক

আৰু পঢ়ক : মাজুলীবাসীক উপেক্ষা ব্ৰহ্মপুত্ৰ বৰ্ডৰ

Intro:মাজুলীত আমেৰিকা কেলিফ্ৰনিয়াৰ অধ্যাপক।। কি কৰিছে অধ্যাপক গৰাকীয়ে।

V.o--- সত্ৰদ্বীপ মাজুলী বিগত বৰ্ষসমূহৰ তুলনাত কমিলে পৰ্যটকৰ সংখ্যা । ৰাজ্যত কা বিৰোধী আন্দোলনৰ বাবে যোৱা বছৰৰ তুলনাত নাই পৰ্যটক। তাৰ মাজতে মাজুলীত উপস্থিত হৈছেহি আমেৰিকা কেলিফ্ৰনিয়াৰ এগৰাকী পৰ্যটক। নাম তেখেতৰ জেকৱ ৰ'ছ । কেলিফ্ৰনিয়াৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক হিচাপে কাম কৰি থকা জেকৱে অসম আৰু অসমীয়া কলা সংস্কৃতিৰ প্ৰেমত পৰাৰ কথা উল্লেখ কৰি কয় যে তেখেতে এগৰাকী অসমীয়া ছোৱালী বিয়া পাতিৱ খোছে। লজ,এঞ্জেলজত কথা জেকৱে মাজুলী ভ্ৰমন কৰি নিজৰ অভিমত প্ৰকাশ কৰে। উপযুক্ত ছোৱালী পালে তেখেতে অসমীয়া ছোৱালী বিয়া কৰোৱাৰ কথাও উল্লেখ কৰে।

বাইট - জেকৱ ৰ'ছ Body:মাজুলীৰ পৰা যদুমণি শইকীয়া।Conclusion:
Last Updated : Jan 11, 2020, 2:39 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.