ETV Bharat / state

মাজুলীত বীৰ লাচিত সেনাৰ প্রতিবাদ

author img

By

Published : Sep 29, 2020, 4:38 PM IST

কৃষক বিৰোধী আইন বাতিল আৰু অসম আৰক্ষীৰ উপ-পৰিদৰ্শক লিখিত সাক্ষাৎকাৰৰ তদন্ত CBIক দিয়াৰ দাবীত বীৰ লাচিত সেনা অসম, মাজুলী জিলা সমিতিৰ প্ৰতিবাদ ।

bir lasit sena protest at majuli
মাজুলীত বীৰ লাচিত সেনাৰ প্রতিবাদ

মাজুলী,29 ছেপ্তেম্বৰঃ মঙলবাৰে মাজুলী জিলাৰ গড়মুৰত বীৰ লাচিত সেনা মাজুলী জিলা সমিতিয়ে কৃষক বিৰোধী আইন বাতিল আৰু অসম আৰক্ষীৰ উপ-পৰিদৰ্শনক নিযুক্তি প্ৰক্ৰিয়া বিসংগতিৰ তদন্তৰ ভাৰ CBIক দিয়াৰ দাবীত এক প্রতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । এই কাৰ্যসূচীত দেশৰ প্রধান মন্ত্রী আৰু ৰাজ্যৰ মুখ্যমন্ত্রীৰ প্রতিকৃতি দাহ কৰি বিজেপি বিৰোধী শ্ল'গানেৰে উত্তাল প্রতিবাদ সাব্যস্ত কৰে ।

প্ৰতিবাদকাৰী সকলে কোনো কাৰণতে কৃষক আইন মানি নোলোৱাৰ হুংকাৰ প্ৰদান কৰে । ইয়াৰ উপৰিও উপ-পৰিদৰ্শকৰ পৰীক্ষাৰ তদন্ত CBIক দিয়াৰ বাবেও বীৰ লাচিত সেনাৰ মাজুলী জিলা সমিতিয়ে দাবী তোলে ।

মাজুলীত বীৰ লাচিত সেনাৰ প্রতিবাদ

লগতে পঢ়কঃ ক'ভিড ৰোগীলৈ অসমীয়া সুস্বাদু পিঠা-পনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.