ETV Bharat / state

বৰ্ণিল কাৰ্যসূচীৰ মাজুলীত আৰম্ভ অসম ভাওনা সমাৰোহ - সাহিত্যিক ড৹ নগেন শইকীয়া

আউনীআটী সত্ৰৰ উদ্যোগত অষ্টমবাৰৰ বাবে অনুষ্ঠিত হৈছে মাজুলী অসম ভাওনা সমাৰোহ । এই সমাৰোহত ১৪ দিনত ২৮ খন ভাওনা প্ৰদৰ্শিত হ’ব । প্ৰতি নিশা প্ৰদৰ্শন হব দুখনকৈ ভাওনা ।

Assam Bhaona Samaroh opening in Majuli
বৰ্ণিল কাৰ্যসূচীৰ মাজুলীত আৰম্ভ অসম ভাওনা সমাৰোহ
author img

By

Published : Jan 19, 2020, 10:44 PM IST

মাজুলী, 19 জানুৱাৰীঃ মাজুলী আউনীআটী সত্ৰত বৰ্ণিল কাৰ্যসূচীৰে দেওবাৰৰ পৰা অনুষ্ঠিত হৈছে অসম ভাওনা সমাৰোহ । দেশী-বিদেশী হাজাৰ হাজাৰ পৰ্যটকেৰে ভৰি পৰিছে মনি কাঞ্চন ৰঙ্গক্ষেত্ৰ । পূৱাৰে পৰা উখল মাখল পৰিৱেশ বিৰাজ কৰিছে মাজুলী আউনীআটী সত্ৰৰ মনি কাঞ্চন ৰঙ্গক্ষেত্ৰ । আউনীআটী সত্ৰৰ উদ্যোগত অষ্টমবাৰৰ বাবে অনুষ্ঠিত হৈছে মাজুলী অসম ভাওনা সমাৰোহ ।

বৰ্ণিল কাৰ্যসূচীৰ মাজুলীত আৰম্ভ অসম ভাওনা সমাৰোহ

এই সমাৰোহত ১৪ দিনত ২৮ খন ভাওনা প্ৰদৰ্শিত হ’ব । প্ৰতি নিশা প্ৰদৰ্শন হব দুখনকৈ ভাওনা । ‘অসমৰ নামঘৰ সমুহৰ পৰিচয় মূলক ইতিহাস’ৰ প্ৰথম খণ্ড নামৰ এখন গ্ৰন্থ উন্মোচন কৰে সাহিত্যিক ড৹ নগেন শইকীয়াই ৷ বিশিষ্ট সাহিত্যিকগৰাকীয়ে অসমীয়া জাতিৰ সংকটৰ সময়ত ভাওনা সমাৰোহ আৰু নামঘৰ ইতিহাসে নামৰ গ্ৰন্থখনে বিশেষ তাৎপৰ্য বহন কৰা বুলি উল্লেখ কৰে ৷

ৰাজ্যৰ বিভিন্ন স্থানৰ দৰ্শনাৰ্থীৰ লগতে বিদেশী পৰ্যটক বিশেষকৈ জাৰ্মানীৰ পৰ্যটকে এই সমাৰোহত অংশগ্ৰহন কৰি অভিভুত হৈ পৰে । আনহাতে বিশিষ্ট সাংবাদিক প্ৰকাশ মহন্তই নামঘৰ ইতিহাস গ্ৰন্থখন সাদিন প্ৰতিদিন গোষ্ঠীয়ে প্ৰকাশৰ দ্বায়িত্ব লৈ জাতীয় দ্বায়বদ্ধতা পালন কৰে বুলি কয় ।

আৰু পঢ়কঃউখল মাখল মহুৰাপথাৰ কাজিৰঙা সমন্বয় ক্ষেত্ৰ

Intro:মাজুলী আউনীআটী সত্ৰত বৰ্ণিল কাৰ্যসূচীৰে আজিৰ পৰা অনুষ্ঠিত হৈছে অসম ভাওনা সমাৰোহ।
দেশী বিদেশী হাজাৰ হাজাৰ পৰ্যটকে ভৰি পৰিছে মনি কাঞ্চন ৰঙ্গক্ষেত্ৰ।
Vo... আজি পূৱাৰে পৰা উখল মাখল পৰিবেশ মাজুলী আউনীআটী সত্ৰৰ মনি কাঞ্চন ৰঙ্গক্ষেত্ৰ। অষ্টম বাৰৰ বাবে অনুষ্ঠিত হৈছে মাজুলী আউনীআটী সত্ৰৰ উদ্যোগত অসম ভাওনা সমাৰোহ। ১৪২ যোৰা নাম লগোৱাই তাল বজাই আৰম্ভ কৰে সমাৰোহ। সমাৰোহত ১৪ দিনত ২৮ খন ভাওনা প্ৰতিযোগিতাত অংশ গ্ৰহন কৰিব। প্ৰতি নিশা প্ৰদৰ্শন হব দুখনকৈ ভাওনা। ৰাজ্যৰ বিভিন্ন স্থানৰ দৰ্শনাৰ্থীৰ লগতে বিদেশি বিশেষকৈ জাৰ্মানীৰ পৰ্যটকৰ অংশগ্ৰহন কৰে সমাৰোহ স্থলিত।
বাইটঃ জাৰ্মানীৰ পৰ্যটক।
"অসমৰ নাঘৰ সমুহৰ পৰিচয় মূলক ইতিহাস"ৰ প্ৰথম খণ্ড উন্মোচন কৰে সাহিত্যিক ডক্টৰ নগেন শইকীয়া ই। ইফালে ডক্টৰ নগেন শইকীয়া ই অসমীয়া জাতীৰ সংকটৰ সময়ত ভাওনা সমাৰোহ আৰু নামঘৰ ইতিহাসে বিশেষ তাৎপৰ্য বহন কৰা বুলি কয়।
বাইটঃ নগেন শইকীয়া।
আনহাতে বিশিষ্ট সাংবাদিক প্ৰকাশ মহন্তই নামঘৰ ইতিহাস সাদিন প্ৰতিদিন গোষ্ঠীয়ে প্ৰকাশৰ দ্বায়িত্ব লৈ জাতীয় দ্বায়বদ্ধতা পালন কৰে বুলি কয়।
বাইটঃ প্ৰকাশ মহন্ত।
ইয়াৰ পাছতেই যোৰহাটৰ এটি কিশোৰৰ দলে এখনি অংকীয়া ভাওনা প্ৰদৰ্শন কৰে। ৰাতিলৈ দুখন ভাওনা প্ৰতিযোগিতাত অংশগ্রহণ কৰিব।

Body:মাজুলীৰ পৰা যদুমণি শইকীয়া ইটিভি ভাৰত অসম ।Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.