ETV Bharat / state

CAAৰ বিৰোধিতাৰে আক্ৰাছুৰ কেন্দ্ৰীয় শ্বহীদ দিৱস পালন - সদৌ অসম কোঁচ ৰাজবংশী ছাত্ৰ সন্থাৰ শ্বহীদ দিৱস

মঙলবাৰে সদৌ অসম কোঁচ ৰাজবংশী ছাত্ৰ সন্থাই পালন কৰে শ্বহীদ দিৱস ৷ নাগৰিকত্ব (সংশোধনী) আইন, 2019ৰ বিৰোধিতাৰে প্ৰথমবাৰৰ বাবে মাজুলীত কেন্দ্ৰীয়ভাৱে পালন কৰে শ্বহীদ দিৱস ৷

আক্ৰাছুৰ কেন্দ্ৰীয় শ্বহীদ দিৱস পালন
আক্ৰাছুৰ কেন্দ্ৰীয় শ্বহীদ দিৱস পালন
author img

By

Published : Jan 7, 2020, 10:17 PM IST

মাজুলী, 7 জানুৱাৰীঃ পোনপ্ৰথমবাৰৰ বাবে মাজুলীত আক্ৰাছুৱে পালন কৰিলে শ্বহীদ দিৱস ৷ মঙলবাৰে কোঁচ ৰাজবংশীসকলৰ ছাত্ৰ সংগঠনটোৱে মাজুলী জিলা সদৰ গড়মূৰৰ সৰু সত্ৰত এইদৰে কেন্দ্ৰীয়ভাৱে উদযাপন কৰে সংগঠনটোৰ শ্বহীদ দিৱস ৷ মাজুলী আৰু লক্ষীমপুৰ জিলাৰ উদ্যোগত অনুষ্ঠিত শ্বহীদ দিৱসত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা জনগোষ্ঠীটোৰ বহুটো প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে ৷ বীৰ চিলাৰায়ৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধা জ্ঞাপনেৰে অনুষ্ঠানৰ শুভাৰম্ভনি হয় ৷

আক্ৰাছুৰ কেন্দ্ৰীয় শ্বহীদ দিৱস পালন

অনুষ্ঠানৰ দ্বাৰাই সংগঠনটোৱে কোঁচ ৰাজবংশীসকলৰ শীঘ্ৰেই জনজাতিকৰণ কৰিবলৈ চৰকাৰক দাবী জনায় ৷ ইয়াৰ উপৰিও নাগৰিকত্ব (সংশোধনী) আইন, 2019ৰ প্ৰৱল বিৰোধিতা কৰে আক্ৰাছুৱে ৷ কোঁচ ৰাজবংশীসকলৰ সমস্যাৰ শীঘ্ৰেই সমাধান নকৰিলে অনাগত 2021ৰ নিৰ্বাচনত চৰকাৰখনে ইয়াৰ উচিত প্ৰত্য়ুত্তৰ লাভ কৰিব বুলিও আক্ৰাছুৰ প্ৰতিনিধিয়ে উল্লেখ কৰে ৷

Intro:জাতি ধ্বংসী CAA ৰ বিৰোধিতা ৰ মাজেৰে সম্পন্ন হল অাক্ৰাছুৰ কেন্দ্ৰীয় শ্বহীদ দিৱস…
চৰকাৰক কঠোৰ সকীয়নি অাক্ৰাছুৰ
সত্ৰপীঠ মাজুলীত পোনপ্ৰথম বাৰৰ বাবে অনুষ্ঠিত সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় শ্বহীদ দিৱস……

মাজুলী গড়মূৰ সৰু সত্ৰত অনুষ্ঠিত হৈছে কেন্দ্ৰীয় শ্বহীদ দিৱস…
মাজুলী অাৰু লক্ষুমপুৰ দুই জিলাৰ উদ্যোগত অনুষ্ঠিত এই শ্বহীদ দিৱসত ৰাজ্য ৰ ভিন্ন প্ৰান্তৰ শ শ প্ৰতিনিধিয়ে অংশ গ্ৰহন কৰে

ইয়াকে লৈ মাজুলীত বৰ্নিল পৰিৱেশ
চিলাৰায় প্ৰতিকৃতিত বন্তি প্ৰজ্বলন কৰি অাৰম্ভ হয় কাৰ্যসূছী

জনজাতিকৰনৰ দাবীৰে শ্বহীদ দিৱসত শ্লোগান দিয়ে অাক্ৰাছুৱে

বৃহৎ কোচ ৰাজবংশী জাতিতোক চৰকাৰে বিভাজন কৰা চক্ৰান্তক কঠোৰ ভাষাৰে সমালোচনা কৰে অাক্ৰাছুৰ নেতৃত্বই।

২০২১ বিজেপি চৰকাৰক ৰাজনৈতিক প্ৰতোত্তৰ দিয়াৰ হুংকাৰ অাক্ৰাছুৰ

ইফালে বিয়লি ভাগলৈ শ্বহীদ দিৱস উপলক্ষে মুকলি সভা অনুষ্ঠিত হয়।

বাইট… কেন্দ্ৰীয় নেতৃত্ব

Body:মাজুলীৰ পৰা যদুমণি শইকীয়া ইটিভি ভাৰত অসম।Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.