ETV Bharat / state

কৰ'ণাত আক্ৰান্ত নাৰায়ণপুৰৰ এহাল পিতা-পুত্ৰ - নাৰায়ণপুৰৰ বুঢ়া বুঢ়ীত কৰ'ণা আক্ৰান্ত

২ জুনত দিল্লীৰ পৰা অহা পবিত্ৰ হাজৰিকা আৰু তেঁওৰ কণমানি পুত্ৰৰ শৰীৰত ধৰা পৰিছে কৰ'ণাৰ অৱস্থিতি ৷

two-new-covid-positive-at-lakhimpur
কৰ'ণাত আক্ৰান্ত নাৰায়ণপুৰৰ এহাল পিতা-পুত্ৰ
author img

By

Published : Jun 7, 2020, 8:12 PM IST

বিহপুৰীয়া, 7জুনঃ দিল্লীত হোটেল মেনেজমেন্ট কৰি থকা নাৰায়ণপুৰৰ বুঢ়া বুঢ়ীৰ যুৱক পবিত্ৰ হাজৰিকা আৰু দুই বছৰীয়া পুত্ৰৰ দেহত কৰ'ণা ৷ পত্নী পুত্ৰ সহ ২ জুনত দিল্লীৰ পৰা ডিব্ৰুগড়লৈ বিমানেৰে আহি সোৱণশিৰি কলেজত স্বাৱ সংগ্ৰহ কৰাৰ পিছত দুই বছৰ ন মহীয়া সন্তানটোৰ দুগ্ধ পানৰ বাবে শহুৰেকৰ ঘৰ পদ্মপুৰত হোম কোৱাৰেন্টাইন হৈ আছিল ৷

কৰ'ণাত আক্ৰান্ত নাৰায়ণপুৰৰ এহাল পিতা-পুত্ৰ

পবিত্ৰ হাজৰিকাৰ লগত পুত্ৰ শোভিত হাজৰিকা আৰু পত্নী একেলগে আহিছিল দিল্লীৰ পৰা ৷ পৰীক্ষণত পত্নীৰ ফলাফল নিগেটিভ অহাৰ বিপৰীতে পিতা-পুত্ৰৰ ফলাফল পজিটিভ আহিছে ৷ ইয়াৰ পিছতে স্বাস্থ্য বিভাগৰ লোকে দুই আক্ৰান্তক বগীনদী চিকিৎসা কেন্দ্ৰলৈ প্ৰেৰণ কৰিছে ৷ দুই বছৰীয়া পুত্ৰৰ লগত মাতৃক চিকিৎসালয়লৈ একেলগে লৈ যোৱা হয় ৷ আনহাতে ঘৰখনত শহুৰ শাহু দুয়োগৰাকীৰে স্বাৱ সংগ্ৰহ কৰিছে স্বাস্থ্য বিভাগে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.