ETV Bharat / state

লখিমপুৰৰ ফুলবাৰীত ট্ৰেক্টৰ দুৰ্ঘটনা,নিহত ২ শ্ৰমিক

author img

By

Published : Nov 6, 2020, 12:56 PM IST

দ'লহাট ফুলবাৰী সংযোগী গড়কাপ্তানী পথত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনা | নিয়ন্ত্ৰণ হেৰুৱাই মৰাশিঙৰা নদীত বাগৰি পৰে এখন ট্ৰেক্টৰ | ট্ৰেক্টৰৰ ইঞ্জিনৰ চেপাত থিতাতে প্ৰাণ হেৰুৱায় দুজনকৈ শ্ৰমিকে ৷

Tractor accident at Lakhimpur
লখিমপুৰৰ ফুলবাৰীত ট্ৰেক্টৰ দুৰ্ঘটনা,নিহত ২ শ্ৰমিক

লখিমপুৰ, 6 নৱেম্বৰ: লখিমপুৰৰ দ'লহাট চাহ বাগিছাৰ সমীপত দ'লহাট ফুলবাৰী সংযোগী গড়কাপ্তানী পথত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ ফুলবাৰীৰ দিশৰ পৰা দ'লহাট বজাৰ অভিমুখে আহি থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষেদি বৈ যোৱা মৰাশিঙৰা নদীত বাগৰি পৰে এখন ট্ৰেক্টৰ। ট্ৰেক্টৰৰ ইঞ্জিনৰ চেপাত থিতাতে প্ৰাণ হেৰুৱায় দুজনকৈ শ্ৰমিকে ৷

আন এজন শ্ৰমিকক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ ইপিনে দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতেই ঘটনাস্থলীৰ পৰা পলায়ন কৰে ট্ৰেক্টৰখনৰ চালকে ৷ মৃত শ্ৰমিক দুজন হ'ল ঢেকীয়াজুলিৰ এল মবিক হৰ আৰু বিজু গুড়গুৰিয়া ৷

লগতে পঢ়ক: তিনিচুকীয়াত 6 বছৰীয়া নাবালিকাৰ মৃতদেহ উদ্ধাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.