ETV Bharat / state

5 বজাৰ শীৰ্ষ দহটা বাতৰি

author img

By

Published : Aug 16, 2022, 5:08 PM IST

5 বজাৰ শীৰ্ষ দহটা বাতৰি

5 বজাৰ শীৰ্ষ দহটা বাতৰি
5 বজাৰ শীৰ্ষ দহটা বাতৰি

দ খাৱৈত বাছ বাগৰি 7 আইটিবিপি জোৱানৰ মৃত্যু

অমৰনাথ যাত্ৰাৰ দায়িত্বৰ পৰা উভতি অহাৰ পথতেই মঙলবাৰে চন্দনৱাৰী আৰু পেহেলগামৰ মাজত নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত বাগৰি পৰে এখন যাত্ৰীবাহী বাছ ৷ এই ভয়ংকৰ দুৰ্ঘটনাত 7 জন আই টি বি পিৰ জোৱান থিতাতে নিহত হয় ৷ লগতে 10 জন জোৱান গুৰুতৰভাৱে আহত হোৱাৰ তথ্য পোৱা গৈছে (Bus falls into gorge in Pahalgam) ৷

ধেমাজি জিলা প্ৰশাসনৰ উদ্যোগত শোক দিৱস পালন

ধেমাজি জিলা প্ৰশাসনৰ উদ্যোগত ধেমাজি মহাবিদ্যালয়ৰ শিশু শিক্ষা উৎকৰ্ষ সাধন কেন্দ্ৰৰ প্ৰাংগণত অনুষ্ঠিত কৰা হয় শোক দিৱস (Mourning Day by Dhemaji Administration) ৷ বোমা বিস্ফোৰণত নিহতসকলৰ প্ৰতিচ্ছবি তথা আৰু প্ৰতিকৃতিত মাল্যাৰ্পণ, বন্তি প্ৰজ্বলনেৰে আৰম্ভণি হোৱা অনুষ্ঠানটোত সৰ্বধৰ্ম প্ৰাৰ্থনাৰ লগতে সংকল্প বাক্য পাঠ কৰা হয় ।

জনতা ভৱনত মঙলবাৰৰ দুপৰীয়ালৈকে উৰি থাকিল ৰাষ্ট্ৰীয় পতাকা

চৰকাৰে পত‍াকা উত্তোলন তথা উৰুৱাই ৰখাত যিমান গুৰুত্ব দিলে সিমান গুৰুত্ব পতাকাখন নমাই ৰখাত নিদিলে । যাৰ পৰিপ্ৰেক্ষিতত ১৬ আগষ্টতো বহু অঞ্চলত উৰি থাকিল জাতীয় পতাকা । আনতো বাদেই, স্বয়ং চৰকাৰৰ ঘৰখনতেই মঙলবাৰেও উৰি থাকিল জাতীয় পতাকা(National flag continued to fly at Janata Bhawan on Tuesday)।

পাৰিবাৰিক সংঘাতত নিঃশেষ হ'ল নৱবিবাহিত দম্পতিৰ সপোনৰ ঘৰ

দ পুখুৰীৰ পানীত পৰা সুৰভিক উদ্ধাৰ কৰিবলৈ কমল দাসেও পানীত জাঁপ দিয়ে যদিও সাঁতুৰিব নজনাৰ ফলত দুয়োৰে পানীত ডুব গৈ মৃত্যু হয় (husband and wife death at Sonari in Charaideo)।

FIFA ই AIFF ক নিলম্বন কৰাৰ বাবে কেনে প্ৰভাৱ পৰিব ভাৰতীয় ক্ৰীড়াত

ভাৰতৰ 76 সংখ্যক স্বাধীনতা দিৱসৰ মাজনিশা FIFA ই AIFF ক নিলম্বন কৰাৰ লগে লগে এই নিষেধাজ্ঞাই কেনে প্ৰভাৱ পেলালে তাৰ এক বিশদ বিৱৰণ আগবঢ়োৱা হ’ল (FIFA suspends AIFF timeline) ৷

আব্দুল আজিজৰ মন্তব্যক লৈ নগাঁৱত প্ৰতিক্ৰিয়া

মাতৃভাষাক লৈ প্ৰাক্তন বিধায়ক আব্দুল আজিজৰ বিতৰ্কিত মন্তব্যক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ(BJP leader controversy) । অসমীয়া ভাষা, মাতৃভাষা লিখা ধৰ্মীয় সংখ্যালঘুক গড্ডাৰ আখ্যা দিছিল বিজেপি নেতা আব্দুল আজিজে(BJP leader controversy comment on Assamese language) ।

বিছনাৰ খুৰাৰে ডিঙিত হেঁচি যুৱতীক হত্যা

উত্তৰ গুৱাহাটীৰ ভেটামুখ নয়নপাৰাত নৃশংস হত্যাকাণ্ডৰ ঘটনা (Brutal murder in North Guwahati) ৷ স্বাধীনতা দিৱসৰ আনন্দ উলাহৰ মাজতেই এগৰাকী যুৱতীক নিজ কোঠাত নৃশংসভাৱে হত্যা কৰাৰ ঘটনা সংঘটিত হয় ৷ বিছনাৰ খুৰাৰে ডিঙিত হেঁচি হত্যা কৰাৰ সন্দেহ ৷

আজি ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীৰ চতুৰ্থ মৃত্যু বাৰ্ষিকী

প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ(fourth death anniversary of Atal Bihari Vajpayee)চতুৰ্থ মৃত্যু বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু,উপ ৰাষ্ট্ৰপতি জগদীপ ধনখৰ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ । শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোত দলৰ সভাপতি জে পি নড্ডাকে(BJP president J P Nadda )ধৰি আন কেইবাগৰাকী কেন্দ্ৰীয় মন্ত্ৰী আৰু জ্যেষ্ঠ বিজেপি নেতা উপস্থিত থাকে ।

কলিয়াবৰত পৰিয়ালকেন্দ্ৰিক বিবাদত প্ৰাণ গ'ল এজনৰ

স্বাধীনতা দিৱসৰ নিশা কলিয়াবৰত সংঘটিত হয় এক অঘটন । কলিয়াবৰত সংঘটিত হয় এক লোমহৰ্ষক হত‍্যাকাণ্ড (murder in Kaliabor) । কলিয়াবৰত পৰিয়ালকেন্দ্ৰিক বিবাদত প্ৰাণ গ'ল এজন লোকৰ । কলিয়াবৰৰ মিছা আৰক্ষী চকী এলেকাৰ ১ নম্বৰ হাতীগাঁৱৰ খেলডাঙ্গা বস্তিত ১৫ আগষ্টৰ নিশা সংঘটিত হয় উক্ত হত্যাকাণ্ড (murder in Kaliabor under Misa Police out post) ।

বেংগালুৰুত ত্ৰিদিপৰ মৃত্যুৰ ন্যায়িক তদন্তৰ দাবী পৰিয়াল,আত্মীয়ৰ

76 তম স্বাধীনতাৰ অমৃত মহোৎসৱৰ আনন্দ উল্লাসৰ মাজতে অসমৰ বাবে দু:খবৰ ৷ বহি:ৰাজ্যত ৰহস্যজনকভাবে পুনৰ মৃত্যু ঘটিছে অসমৰ এজন যুৱকৰ(A young man from Assam has died mysteriously abroad again) ৷ যুৱকজনৰ মৃত্যুৰ ন্যায়িক তদন্তৰ দাবী পৰিয়াল,স্থানীয় ৰাইজ আৰু আছু নেতৃত্বৰ(Demanded a judicial inquiry into the death of the young man) ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.