ETV Bharat / state

লখিমপুৰত পশুধনৰ বিজ্ঞানসন্মত পৰিচালনা শীৰ্ষক তিনিদিনীয়া প্ৰশিক্ষণ শিবিৰ - veterinary trainning session Lakhimpur

উক্ত শিবিৰত লখিমপুৰ আৰু ধেমাজী জিলাৰ বিভিন্ন প্ৰান্তৰ ২৪ জন কৃষকে প্ৰগতিশীল কৃষকে অংশগ্ৰহণ কৰে ৷

তিনিদিনীয়া প্ৰশিক্ষণ শিবিৰ
তিনিদিনীয়া প্ৰশিক্ষণ শিবিৰ
author img

By

Published : Mar 6, 2020, 11:58 PM IST

নাওবৈচা,৬ মাৰ্চ: চলিত মাহৰ ৪ ৰ পৰা ৬ তাৰিখলৈ লখিমপুৰৰ জহিংস্থিত পশুচিকিৎসা বিজ্ঞান মহাবিদ্যালয়ত পশুপালকসকল উপকৃত হোৱাকৈ "পশুধন আৰু হাঁহ-কুকুৰা পামৰ বিজ্ঞানসন্মত পৰিচালনা" শীৰ্ষক এক তিনিদিনীয়া প্ৰশিক্ষণ শিবিৰ অনুস্থিত হয় ৷ উক্ত শিবিৰত লখিমপুৰ আৰু ধেমাজী জিলাৰ বিভিন্ন প্ৰান্তৰ ২৪ জন প্ৰগতিশীল কৃষকে অংশগ্ৰহণ কৰে ৷ উক্ত প্ৰশিক্ষণ কাৰ্যসূচীত পশুধন আৰু হাঁহ-কুকুৰা পামৰ ক্ষেত্ৰত গুৰুত্ব দিব লগা বিজ্ঞানসন্মত দিশসমূহ, বিভিন্ন ৰোগ প্ৰতিৰোধৰ ব্যৱস্থাপনা, দুগ্ধ উৎপাদনৰ সম্ভাৱনা আৰু প্ৰত্যাহ্বান, সমবায় ভিত্তিক পশুপালনৰ লাভালাভ, সমন্বিত পামৰ গুৰুত্ব শীৰ্ষক বিষয়সমূহত আলোকপাত কৰে আৰু প্ৰশিক্ষাৰ্থীসকলক এইবোৰ বিষয়ত উপকৃত হোৱাকৈ কিছু প্ৰয়োজনীয় তথ্য দিয়া হয় ৷ এই অনুষ্ঠানত কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.