লখিমপুৰ, 2 জুলাইঃ কেৱল বিনোদনৰ উদ্দেশ্যেই নহয় জৰুৰীকালীন অৱস্থাতো ব্যৱহাৰ কৰিব পৰাকৈ বিহপুৰীয়াৰ দ্ৰুপদ দলে নামৰ এজন যুৱকে সাজি উলিয়াইছে এখন পানীত চলা বাইক ৷ যুৱকজনৰ আশা এদিন তেওঁৰ এই বাইক যাত্ৰাই সফলতা লাভ কৰাৰ লগতে পানীত চলা বাইকৰ ব্যৱহাৰৰ ফলত উপকৃত হ'ব অঞ্চলবাসী৷
ভৰ বাৰিষাৰ সোৱণশিৰিত বাইক চলালে বিহপুৰীয়াৰ যুৱকে - RIVER biKE
বিহপুৰীয়াৰ বাহগড়া-ধুনাগুৰীৰ সোৱণশিৰিপৰীয়া দ্ৰুপদ দলে নামৰ যুৱক জনে জিয়' টিউব আৰু অন্যান্য সামগ্ৰী ব্যৱহাৰ কৰি সাজি উলিয়ায়ছে পানীত চলা বাইক
ভৰ বাৰিষা সোৱণশিৰিত চলিল বাইক
লখিমপুৰ, 2 জুলাইঃ কেৱল বিনোদনৰ উদ্দেশ্যেই নহয় জৰুৰীকালীন অৱস্থাতো ব্যৱহাৰ কৰিব পৰাকৈ বিহপুৰীয়াৰ দ্ৰুপদ দলে নামৰ এজন যুৱকে সাজি উলিয়াইছে এখন পানীত চলা বাইক ৷ যুৱকজনৰ আশা এদিন তেওঁৰ এই বাইক যাত্ৰাই সফলতা লাভ কৰাৰ লগতে পানীত চলা বাইকৰ ব্যৱহাৰৰ ফলত উপকৃত হ'ব অঞ্চলবাসী৷
Intro:ভৰা সোৱণশিৰীত এইবাৰ নাও অথবা কলৰ ভুৰ নহয় ।এইবাৰ চলিল বাইক, নৈ পৰীয়া যুৱকে সাজি উলিয়ালে নৈত চলা বাইক।
Body:টুলুঙা নাৱেৰে কেৱল যাতায়ত ব্যৱস্থা অৱ্যাহত ৰাখিব লগা হোৱা সোৱণশিৰি পৰীয়া দ্ৰুপদ দলে নামৰ এগৰাকী যুৱকে পেলনীয়া সামগ্ৰীৰ দ্বাৰা সাজি উলিয়াইছে পনীত চলাব পৰা এখন বাইক ৷
বিহপুৰীয়াৰ বাহগড়া-ধুনাগুৰীৰ সোৱণশিৰী পৰীয়া যুৱকজনে জিয় টিউব আৰু অন্যান্য সামগ্ৰী ব্যৱহাৰ কৰি সাজি উলিয়ায়ছে পানীত চলা বাইকখন। যুৱক জনৰ মন্তব্য জৰুৰী কলিন অৱস্থাত নাও নাপালে ইপাৰ সিপাৰ হব পাৰিব ।লগতে ৰোগীক পাৰ কৰোৱাতো সহায় হব পানীত চলাচল কলিব পৰাকৈ সাজি উলিওৱা বাইকেৰে।Conclusion:অৱশ্যে যুৱক জনে বিজ্ঞানসন্মত ভাৱে বাইকখন পানীত চলাবলৈ কি কি ব্যৱস্থা গ্ৰহণ কৰিব লাগিব সেই বিষয়ে প্ৰশিক্ষণ বা পৰামৰ্শৰ বাবে যোগাযোগ ৰাখিছে ৷
যুৱকজন আশাবাদী এদিন তেওঁৰ যাত্ৰাই সফলতা লাভ কৰিব
লখিমপুৰৰ পৰা নীলপৱন সভাপণ্ডিত