ETV Bharat / state

ঢকুৱাখনাত সোণোৱাল কছাৰীসকলৰ বিহু উদযাপন

গাঁৱৰ হাবিৰ মাজৰ পৰা বহুৱাক আদৰণি জনায়, এসপ্তাহৰ পিছত বহুৱাক পুনৰ নৈ পাৰত বিহু নাচি-বাগি বিদায় দি পৰম্পৰা ৰক্ষা কৰে সোণোৱাল কছাৰী লোকসকলে

ঢকুৱাখনাত সোণোৱাল কছাৰীৰ বিহু উদযাপন
author img

By

Published : Apr 16, 2019, 1:14 PM IST

লখিমপুৰ,16 এপ্ৰিলঃ লখিমপুৰ ঢকুৱাখনাৰ গৰু খুঁটি গাঁৱত সোনোৱাল কছাৰীৰ সকলৰ বিহু উদযাপন ৷ বহুৱা নৃত্য-গীত পৰম্পৰাৰে উদযাপন কৰিলে সোণোৱাল কছাৰীসকলৰ বিহু ৷

ঢকুৱাখনাত সোণোৱাল কছাৰীৰ বিহু উদযাপন

উল্লেখযোগ্য যে, সোণোৱাল কছাৰীৰ নিয়ম অনুসৰি হাবি-জংঘলৰ পৰা বহুৱাক আদৰণি জনোৱাৰ পিছত এক সপ্তাহ গাঁৱৰ ঘৰে ঘৰে এই বহুৱা নৃত্য-গীতেৰে ৰঙ-ধেমালি কৰে, সোনোৱাল কছাৰী সম্প্ৰদায়ৰ লোকসকলে ৷ তাৰোপৰি গাঁৱৰ হাবিৰ মাজৰ পৰা বহুৱাক আদৰণি জনায়, এসপ্তাহৰ পিছত বহুৱাক পুনৰ নৈৰ পাৰত বিহু নাচি-বাগি বিদায় দিয়ে সোনোৱাল কছাৰীসকলে ৷ এই পৰম্পৰা ৰক্ষা কৰি ৰঙালীক আদৰিলে ঢকুৱাখনাৰ গৰু খুঁটি গাৱঁৰ সোনোৱাল কছাৰী লোকসকলে। এই অনুষ্ঠানত ডেকা-বুঢ়া সকলোৱে আনন্দ উলাহৰ মাজেৰে বিহুটি উদযাপন কৰে ৷

Intro:আজি দ্বিতীয় ব'হাগ অৰ্থাৎ গোসাঁই বিহু। এই গোসাঁই বিহুৰ দিনা পুৱাই সোণোৱাল কছাৰী সম্প্ৰদায়ৰ লোকসকলে বিহুৰ পৰম্পৰাক আদৰণি জনায়।নিয়ম অনুসৰি জংঘলৰ পৰা বহুৱাক আদৰণি জনোৱাৰ পিছতেই একসপ্তাহ গাঁৱৰ ঘৰে ঘৰে এই বহুৱা নৃত্য-গীতৰে ৰঙালীৰ ৰংইচৰ কৰে।এই পৰম্পৰাৰে আজি ৰঙালীক আদৰিলে ঢকুৱাখনাৰ গৰু খুঁটি গাৱঁৰ সোনোৱাল কছাৰী লোক সকলে।গাঁৱৰ হাবিৰ মাজৰ পৰা বহুৱাক এইদৰে আদৰণি জনোৱা এসপ্তাহৰ পিছত বহুৱাক নৈ পাৰত বিহু কৰি বিদায় জনোৱা হয় ।Body:আজি দ্বিতীয় ব'হাগ অৰ্থাৎ গোসাঁই বিহু। এই গোসাঁই বিহুৰ দিনা পুৱাই সোণোৱাল কছাৰী সম্প্ৰদায়ৰ লোকসকলে বিহুৰ পৰম্পৰাক আদৰণি জনায়।নিয়ম অনুসৰি জংঘলৰ পৰা বহুৱাক আদৰণি জনোৱাৰ পিছতেই একসপ্তাহ গাঁৱৰ ঘৰে ঘৰে এই বহুৱা নৃত্য-গীতৰে ৰঙালীৰ ৰংইচৰ কৰে।এই পৰম্পৰাৰে আজি ৰঙালীক আদৰিলে ঢকুৱাখনাৰ গৰু খুঁটি গাৱঁৰ সোনোৱাল কছাৰী লোক সকলে।গাঁৱৰ হাবিৰ মাজৰ পৰা বহুৱাক এইদৰে আদৰণি জনোৱা এসপ্তাহৰ পিছত বহুৱাক নৈ পাৰত বিহু কৰি বিদায় জনোৱা হয় ।Conclusion:Byte:স্থানীয় লোক।

দীপৰঞ্জন চমুৱা, ঢকুৱাখনা।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.