ETV Bharat / state

স্বায়ত্ব শাসনৰ দাবীত উত্তাল লখিমপুৰ - লখিমপুৰ

স্বায়ত্ব শাসনৰ দাবীত অনুসূচিত যুৱ ছাত্ৰ পৰিষদে লখিমপুৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।অতি শীঘ্ৰে অনুসূচীত জাতীৰ উন্নয়নৰ বাবে ব্যৱস্থা নল'লে চৰকাৰৰ বিৰূদ্ধে জংগী আন্দোলনত নামিব বুলি হুংকাৰ দিয়ে ছাত্ৰ সংগঠনটোৱে ৷

স্বায়ত্ব শাসনৰ দাবীত উত্তাল লখিমপুৰ
author img

By

Published : Aug 22, 2019, 3:07 PM IST

লখিমপুৰ, 22 আগষ্টঃ যোৰহাটত অনুসূচিত যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ ৷ স্বায়ত্ব শাসনৰ দাবীত চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ সংগঠনটোৱে ৷

স্বায়ত্ব শাসনৰ দাবীত উত্তাল লখিমপুৰ

স্বায়ত্ব শাসনৰ দাবীত অনুসূচিত যুৱ ছাত্ৰ পৰিষদে লখিমপুৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । দেশৰ স্বাধীনতা লাভৰ ৭৩ বছৰৰো পিছতো অনুসূচিত জাতিৰ প্ৰকৃত উন্নয়ন সাধন হোৱা নাই বুলি মন্তব্য কৰে সংগঠনটোৰ বিষয়ববীয়াই । ৰাজ্যখনৰ আন আন জাতি জনগোষ্ঠীক চৰকাৰে যিদৰে স্বায়ত্ব শাসনৰ মৰ্যদা প্ৰদান কৰি সামাজিক আৰু অৰ্থনৈতিক দিশত উন্নয়নৰ সুকীয়া সুবিধা প্ৰদান কৰি আহিছে কিন্তু অনুসূচিত জাতিক আজিও চৰকাৰে অৱহেলা কৰি আছে বুলি মন্তব্য কৰে ৷ প্ৰতিবাদকাৰী সকলে চৰকাৰ তথা মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে বিভিন্ন শ্ল'গান দি পৰিৱেশ উত্তাল কৰে । অতি শীঘ্ৰে অনুসূচীত জাতীৰ উন্নয়নৰ বাবে ব্যৱস্থা নল'লে চৰকাৰৰ বিৰূদ্ধে জংগী আন্দোলনত নামিব বুলি মন্তব্য কৰে ছাত্ৰ সংগঠনটোৱে ৷

Intro:বৃহস্পতিবাৰে স্বায়ত্ব শাসনৰ লগতে অন্যান্য দাবী পুৰণৰৰ বাবে লখিমপুৰ ত অৱস্থান ধৰ্মঘটত বহিল অনুসুচীত যুৱ পৰিসদ।

Body:উপায়ুক্ত কাৰ্যালয় সমুখত প্ৰতিবাদত বহা প্ৰতিহাদকাৰীৰ দাবী চৰকাৰে সকলো সুবিধা প্ৰদান কৰক অনুসুচীত জাতীক। লগতে ছাত্ৰ ছাত্ৰীৰ বাবে মোকলাই দিয়ক ধন। প্ৰতিবাদকাৰীয়ে মুখ্যমন্ত্ৰী ক সমালোচনা কৰি শ্লগান।দিয়াৰ লগতে দাবী তোলে স্বায়ত্ব শাসনৰ।

Conclusion:প্ৰতিবাদকাৰীৰ হুংকাৰ চৰকাৰে অনুসুচীত জাতীৰ উন্নয়নৰ বাবে ব্যৱস্থা নললে চৰকাৰৰ বিৰূদ্ধে ধাৰাবাহিক আন্দোলনত নামিব সকলো।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.