ETV Bharat / state

নাৰায়ণপুৰত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় শিশু আই মাতৃ আৰু যুৱ সমাৰোহ

ধৰ্মীয় শোভাযাত্ৰাত অংশগ্ৰহণ সহস্ৰাধিক লোকৰ ৷ শোভাযাত্ৰা মুকলি কৰে বট্ৰদৱাৰ বিধায়িকা আঙুৰলতা ডেকাই ৷

হৰি নামেৰে মুখৰিত নাৰায়ণপুৰ
author img

By

Published : Nov 2, 2019, 6:18 PM IST

লখিমপুৰ,2 নৱেম্বৰঃ হৰিনামেৰে মুখৰিত হৈ পৰিছে লখিমপুৰ জিলাৰ নাৰায়ণপুৰ ৷ তিনিদিনীয়াকৈ অনুস্থিত হোৱা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ২৬ সংখ্যক কেন্দ্ৰীয় শিশু আই মাতৃ আৰু যুৱ সমাৰোহৰ শনিবাৰে ধৰ্মীয় শোভাযাত্ৰা অনুস্থিত হয় ৷ উক্ত শোভাযাত্ৰাত সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰে ৷ শোভাযাত্ৰা মুকলি কৰে বট্ৰদৱাৰ বিধায়িকা আঙুৰলতা ডেকাই ৷ শোভাযাত্ৰা মুকলি কৰি সমাজৰ সকলো লোককেই একত্ৰিত হৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ দৰ্শন আৰু আদৰ্শৰে সামাজিক দায়বদ্ধতা পালন কৰিবলৈ আহ্বান জনাই বিধায়িকা গৰাকীয়ে ৷

ধৰ্মীয় শোভাযাত্ৰাত সহস্ৰাধিক লোকৰ অংশগ্ৰহণ

ধৰ্মীৰ শোভাযাত্ৰাত ভিন্ন জাতি-বৰ্ণৰ লোকে অংশ গ্ৰহণ কৰাৰ লগতে মুল আকৰ্ষণ আছিল ময়ূৰৰ প্ৰতিকী আৰু হাতী মানুহৰ সংঘাতৰ প্ৰতিকী । আনহাতে দেওবাৰে এই অনুস্থানৰ অন্তিম কাৰ্যসূচী 'মুকলি ধৰ্মীয় সভা'ত অংশ ল'ব ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷

Intro:হৰিনামৰে মুখৰিত হৈ পৰিছে লখিমপুৰ ৰ নাৰায়ণপুৰ। তিনিদিনীয়াকৈ অনুস্থিত হোৱা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ২৬ সংখ্যক কেন্দ্ৰীয় শিশু আই মাতৃ আৰু যুৱ সমাৰোহৰ শনিবাৰে ধৰ্মীয় শোভাযাত্ৰাত লোকাৰন্য হল ৰাজপথ।

Body:বট্ৰদোৱাৰ বিধায়িকা আঙুৰলতা ডেকাই মুকলি কৰিলে ধৰ্মীৰ শোভাযাত্ৰা। মাধৱদেৱ সমন্নয় ক্ষেত্ৰত অনুস্থিত হোৱা অধিবেশন ৰ ধৰ্মীৰ শোভাযাত্ৰা ত অংশ ললে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন স্থানৰ পৰা অহা শ্ শ ধৰ্মপ্ৰাণ লোকে।
ধৰ্মীৰ শোভাযাত্ৰা ত বিভিন্ন জাতি বৰ্ণ লোকে অংশ গ্ৰহণ কৰাৰ লগতে মুল আকৰ্ষণ আছিল মৈয়ুৰৰ প্ৰতিকি আৰু হাতী মানুহৰ সংঘাতৰ প্ৰতিকি।

Conclusion:দেওবাৰে এই অনুস্থান ৰ অন্তিম কাৰ্যসূচী ৰ মুকলি ধৰ্মীৰ সভাত অংশ লব ৰাজ্য ৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱাল লে

বাইট_আঙুৰলতা ডেকা
দেবানন্দ হাজৰিকা বিহপুৰীয়া ৰ বিধায়ক।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.