ETV Bharat / state

আজি জগতগুৰু শংকৰদেৱৰ তিৰোভাৱ তিথি - বিহপুৰীয়া

দেওবাৰে মাধৱদেৱৰ জন্মস্থান লেটেকুপুখুৰীৰ লগতে নাৰায়ণপুৰৰ বিভিন্ন সত্ৰ-নামঘৰত উদযাপন কৰা হয় শ্ৰীমন্ত শংকৰ দেৱৰ ৪৫০ সংখ্যক তিৰোভাৱ তিথি ৷

আজি জগতগুৰু শংকৰদেৱৰ তিৰোভাৱ তিথি
author img

By

Published : Sep 1, 2019, 11:57 AM IST

বিহপুৰীয়া, 1 ছেপ্টেম্বৰঃ আজি মহাপুৰুষ শংকৰদেৱৰ ৪৫০ সংখ্যক তিৰোভাৱ তিথি ৷ গুৰুজনাৰ প্ৰিয় শিষ্য মাধৱদেৱৰ জন্মস্থান লেটেকুপুখুৰীৰ লগতে নাৰায়ণপুৰৰ বিভিন্ন সত্ৰ-নামঘৰত উদযাপন কৰা হৈছে তিৰোভাৱ তিথি ৷

আজি জগতগুৰু শংকৰদেৱৰ তিৰোভাৱ তিথি

শংকৰ-মাধৱৰ মণিকাঞ্চন সংযোগৰ থলী ধূৱাহাট বেলগুৰি সত্ৰতো দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হৈছে পবিত্ৰ তিৰোভাৱ তিথি ৷ সম্পূৰ্ণ সত্ৰীয়া পৰম্পৰাৰে ধূৱাহাট বেলগুৰি সত্ৰত পুৱাৰে পৰা ভকত -বৈষ্ণৱৰ গুৰু বন্দনা মুখৰিত হৈ পৰা পৰিলক্ষিত হৈছে ৷

Intro:আজি মহাপুৰুষ শংকৰদেৱৰ পবিত্ৰ ৪৫০ সংখ্যক তিৰোভাৱ তিথি ৷ গুৰুজনাৰ প্ৰপন্ন শিষ্য মাধৱদেৱৰ জন্মস্থান লেটেকুপুখুৰীৰ লগতে নাৰায়ণপুৰৰ বিভিন্ন সত্ৰ-নামঘৰত গুৰুজনাৰ পবিত্ৰ তিথি উদ্‌যাপন কৰা হৈছে ৷ শংকৰ-মাধৱৰ মণিকাঞ্চন সংযোগৰ থলি ধূৱাহাট বেলগুৰি সত্ৰত দিনজোৰা কাৰ্যসূচীৰে উদ্‌যাপন কৰা হৈছে পবিত্ৰ তিৰোভাৱ তিথি ৷ সম্পূৰ্ণ সত্ৰীয়া পৰম্পৰাৰে ধূৱাহাট বেলগুৰি সত্ৰ পুৱাৰে পৰা ভকত -বৈষ্ণৱৰ গুৰু বন্দনাত মুখৰিত হৈ পৰিছে ৷ হৰিনামেৰে মুখৰিত হৈছে সত্ৰৰ চৌপাশ ৷Body:আজি মহাপুৰুষ শংকৰদেৱৰ পবিত্ৰ ৪৫০ সংখ্যক তিৰোভাৱ তিথি ৷ গুৰুজনাৰ প্ৰপন্ন শিষ্য মাধৱদেৱৰ জন্মস্থান লেটেকুপুখুৰীৰ লগতে নাৰায়ণপুৰৰ বিভিন্ন সত্ৰ-নামঘৰত গুৰুজনাৰ পবিত্ৰ তিথি উদ্‌যাপন কৰা হৈছে ৷ শংকৰ-মাধৱৰ মণিকাঞ্চন সংযোগৰ থলি ধূৱাহাট বেলগুৰি সত্ৰত দিনজোৰা কাৰ্যসূচীৰে উদ্‌যাপন কৰা হৈছে পবিত্ৰ তিৰোভাৱ তিথি ৷ সম্পূৰ্ণ সত্ৰীয়া পৰম্পৰাৰে ধূৱাহাট বেলগুৰি সত্ৰ পুৱাৰে পৰা ভকত -বৈষ্ণৱৰ গুৰু বন্দনাত মুখৰিত হৈ পৰিছে ৷ হৰিনামেৰে মুখৰিত হৈছে সত্ৰৰ চৌপাশ ৷Conclusion:চাণক্য বৰুৱা, বিহপুৰীয়া৷
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.