ETV Bharat / state

জোনাই জিলা ট্ৰাইবেল সংঘৰ অধিবেশনৰ ৰাজহুৱা সভা

author img

By

Published : Nov 14, 2020, 6:48 AM IST

দেওবাৰে জোনাই জিলা ট্ৰাইবেল সংঘৰ উদ্যোগত অনুষ্ঠিত হয় এখন গুৰুত্বপূৰ্ণ ৰাজহুৱা সভা ৷ 13 ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া অসমৰ জনজাতি সকলৰ একমাত্ৰ অভিভাৱক সংগঠন সদৌ অসম জনজাতি (ট্ৰাইবেল) সংঘৰ জোনাই জিলা সমিতিৰ তৃতীয় ত্ৰিবাৰ্ষিক অধিবেশনখন সাফল্যমণ্ডিত কৰি তুলিবলৈ এখন শক্তিশালী অভ্যৰ্থনা সমিতি গঠনৰ উদ্দেশ্যেৰে দেওবাৰে জোনাই জিলা ট্ৰাইবেল সংঘৰ উদ্যোগত অনুষ্ঠিত হয় এখন গুৰুত্বপূৰ্ণ ৰাজহুৱা সভা ৷

জোনাই জিলা ট্ৰাইবেল সংঘৰ অধিবেশনৰ ৰাজহুৱা সভা
জোনাই জিলা ট্ৰাইবেল সংঘৰ অধিবেশনৰ ৰাজহুৱা সভা

জোনাই, 2 নৱেম্বৰ: অহা 13 ডিচেম্বৰত জোনাইৰ লেকু জেলম দক্ষতা বিকাশ কেন্দ্ৰত এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব চৰকাৰী স্বীকৃতিপ্ৰাপ্ত অসমৰ জনজাতি সকলৰ একমাত্ৰ অভিভাৱক সংগঠন সদৌ অসম জনজাতি (ট্ৰাইবেল) সংঘৰ জোনাই জিলা সমিতিৰ তৃতীয় ত্ৰিবাৰ্ষিক অধিবেশন ৷

অধিবেশনখন সাফল্যমণ্ডিত কৰি তুলিবলৈ এখন শক্তিশালী অভ্যৰ্থনা সমিতি গঠনৰ উদ্দেশ্যেৰে দেওবাৰে জোনাই জিলা ট্ৰাইবেল সংঘৰ উদ্যোগত অনুষ্ঠিত হয় এখন গুৰুত্বপূৰ্ণ ৰাজহুৱা সভা ৷ সংগঠনটোৰ জোনাইস্থিত নিজ কাৰ্যালয়ত অনুষ্ঠিত হয় এই সভাখন ৷ জোনাই জিলা ট্ৰাইবেল সংঘৰ সভাপতি অজিত ৰেগনৰ সভাপতিত্ত্বত অনুষ্ঠিত এই সভাৰ উদ্দেশ্য ব্যাখ্যা আগবঢ়ায় সংগঠনটোৰ সাধাৰণ সম্পাদক পদ্মেশ্বৰ দলে ৷

কেইবাটাও জনজাতি জনগোষ্ঠীয় সংগঠনৰ নেতৃত্বৰ লগতে ডেৰ শতাধিক ৰাইজে অংশগ্ৰহণ কৰা ৰাজহুৱা সভাখনতেই এখন অভ্যৰ্থনা সমিতি গঠন কৰা হয় ৷ অভ্যৰ্থনা সমিতিখনত এমএচিৰ ইএম নৰেশ কুম্বাঙক সভাপতি,ট্ৰাইবেল সংঘৰ নেতা বিউটি গয়াৰীক কাৰ্যকৰী সভাপতি,জোনাই গাঁও পঞ্চায়তৰ সভাপতি জয়ন্ত বৰি,শৰৎ দলে,ৰত্নেশ্বৰ কাৰ্দং,টিএমপিকেৰ নেতা পংকিল পাতিৰ,তুষাৰ ঙাটেক উপ সভাপতি,বিনেশ পাতিৰক সাধাৰণ সম্পাদক,সঞ্জয় কুম্বাং,যুদ্ধেশ্বৰ পায়েং,উদাং বি বডোছা,অশোক দৈমাৰী,পিংকি পাতিৰ,মাৰুক পেগু,বিজয় লালুং,ভৱেশ দেউৰীক সম্পাদক হিচাপে লৈ গঠন কৰা হয় এখন শক্তিশালী অভ্যৰ্থনা সমিতি ৷ এই সমিতিখনত এমএচিৰ ই এম ৰাজু মেদকক মুখ্য পৃষ্ঠপোষক, এমএচিৰ ই এম মলেন্দ্ৰ নাৰ্জাৰী,ভবানী দুৱৰা,সাধাৰণ সদস্য পদুম ৰাই,ববীকান্ত পেগু,ৰাতিৰাম বসুমতাৰী,সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ জিএম বিজয় শইকীয়া,দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ জিএম হেমন্ত দেউৰী,ধেমাজি জিলা পৰিষদৰ সদস্য অতুল পেগু,সদস্যা সোভাৰাণী বসুমতাৰী,মূৰ্কংচেলেক আঞ্চলিক পঞ্চায়তৰ সভাপতি লক্ষী দলেক পৃষ্ঠপোষক হিচাপে মনোনীত কৰা হয় ৷ এই ৰাজহুৱা সভাতেই মাধৱ চন্দ্ৰ পাৱক সভাপতি,ভগৱান দেউৰীক উপ সভাপতি,কৰবী দলেক মুখ্য সম্পাদক,তোলন সোণোৱাল,পৰেশ পেগু,উদাং বি বডোছাক সম্পাদক, অজিত ৰেগন,মনোৰঞ্জন বসুমতাৰী,পদ্মেশ্বৰ দলে, নন্দেশ্বৰ ৰেগন, স্বপন মাৰাক, ৰয়েল পেগু আৰু বিজয় বড়িক উপদেষ্টা হিচাপে লৈ এখন স্মৃতিগ্ৰন্থ উপ সমিতি গঠনৰ লগতে খাদ্য,তোৰণ,মঞ্চ আৰু মণ্ডপ, শব্দ,পানী যোগানকে ধৰি কেবাখনো উপ সমিতিও গঠন কৰে ৷

লগতে পঢ়ক: আজিও বঞ্চিত ৰাজ সাহায্যৰ পৰা সুদক্ষা শিপিনী হেমপ্ৰভা চুতীয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.