ETV Bharat / state

মাধৱদেৱ বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ শ্ৰেণীৰ পাঠদান আৰম্ভ কৰাৰ দাবীত উত্তাল প্ৰতিবাদ

author img

By

Published : Sep 29, 2022, 4:25 PM IST

বিশ্ববিদ্যালয় ঘোষণা কৰা চাৰি বছৰ উকলি যোৱাৰ পিছতো বিশ্ববিদ্যালয়খনত আজি পৰ্যন্ত পাঠ্যক্ৰম আৰম্ভ নহ’ল স্নাতকোত্তৰ পৰ্যায়ৰ(PG classes in Madhabdev university)৷ ফলত ক্ষোভিত হৈ ছাত্ৰ-ছাত্ৰী সকলে প্ৰতিবাদ সাব্যস্ত কৰে ৷

Protest against Demanding PG classes in MU
মাধৱদেৱ বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ শ্ৰেণীৰ পাঠদান আৰম্ভৰ দাবীত

বিহপুৰীয়া, 29 ছেপ্টেম্বৰ: লখিমপুৰ জিলাৰ মাধৱদেৱ বিশ্ববিদ্যালয়ত অব্যাহত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ (Protest in Lkahimpur) ৷ বিশ্ববিদ্যালয় ঘোষণা কৰা চাৰি বছৰ উকলি যোৱাৰ পিছতো বিশ্ববিদ্যালয়খনত আজি পৰ্যন্ত পাঠ্যক্ৰম আৰম্ভ নহ’ল স্নাতকোত্তৰ পৰ্যায়ৰ(PG classes in Madhabdev university)৷ ফলত ক্ষোভিত হৈ ছাত্ৰ-ছাত্ৰী সকলে প্ৰতিবাদ সাব্যস্ত কৰে ৷

মাধৱদেৱ বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ শ্ৰেণীৰ পাঠদান আৰম্ভৰ দাবীত উত্তাল প্ৰতিবাদ

এই সন্দৰ্ভত বিগত কেবাদিন ধৰি ছাত্ৰ- ছাত্ৰীৰ লগতে স্থানীয় বিভিন্ন দল সংগঠনে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে (Demanding PG classes in MU)৷ বৃহস্পতিবাৰৰ দিনটোত পুনৰ প্ৰতিবাদমুখৰ হৈ পৰে লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ মাধৱদেৱ বিশ্ববিদ্যালয় । চলিত বৰ্ষতে স্নাতকোত্তৰ ডিগ্ৰীৰ পাঠদান আৰম্ভ কৰাৰ দাবীত বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজ আৰু স্থানীয় ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে (Gyanashree Borah in Madhabdev university)।

তাৰোপৰি বিশ্ববিদ্যালয়খনৰ বিভিন্ন বিভাগত পৰ্যাপ্ত পৰিমাণৰ শিক্ষক নিযুক্তি প্ৰদান কৰাৰ লগতে আন বিশ্ববিদ্যালয়ৰ দৰে এইখন বিশ্ববিদ্যালয়তো আন্তঃগাঁঠনি উন্নয়ন কৰি এই বৰ্ষতে স্নাকোত্তৰ ডিগ্ৰীৰ পাঠ্যক্ৰম আৰম্ভ কৰিবলৈ দাবী জনাই নেত্ৰীগৰাকীয়ে ৷ বিশ্ববিদ্যালয়খনৰ সমুখত সমবেত হৈ বিভিন্ন শ্লোগানেৰে সমগ্ৰ পৰিৱেশ উত্তাল কৰি তোলে ছাত্ৰ-ছাত্ৰীসকলে ।

লগতে পঢ়ক: PFI ৰে সম্পৰ্ক থকা AIUDF নেতাক নিলম্বন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.