ETV Bharat / state

লখিমপুৰত বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ

পাঁচ বছৰেই চাৰ্টাড প্লেনত উঠি ঘূৰি ফুৰা বিজেপি নেতাই এতিয়া নিৰ্বাচনৰ প্ৰাকমূৰ্হুতত চাইকেল চলাই ৰাইজৰ কাষ চাপিছে ৷ লখিমপুৰত উপস্থিত হৈ এই মন্তব্য কৰিছে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে ৷ সোমবাৰে লখিমপুৰত যুৱ কংগ্ৰেছক লগত লৈ নিবনুৱা প্ৰতিবাদী অভিযানৰ পাতনি মেলি নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সম্পাদিকা প্ৰিয়ংকা গান্ধীয়ে তীব্ৰ সমালোচনা কৰে বিজেপিক ৷

author img

By

Published : Mar 1, 2021, 3:10 PM IST

Updated : Mar 1, 2021, 3:31 PM IST

As_BHP_PRIYANKA_GANDHI_AT_LAKHIMPUR_VIS_10039
লখিমপুৰত বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছৰ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ

লখিমপুৰ,1 মাৰ্চ:পাঁচ বছৰেই চাৰ্টাড প্লেনত উঠি ঘূৰি ফুৰা বিজেপি নেতাই এতিয়া নিৰ্বাচনৰ প্ৰাকমূৰ্হুতত চাইকেল চলাই ৰাইজৰ কাষ চাপিছে ৷ লখিমপুৰত উপস্থিত হৈ এই মন্তব্য কৰিছে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে ৷ সোমবাৰে লখিমপুৰত যুৱ কংগ্ৰেছক লগত লৈ নিবনুৱা প্ৰতিবাদী অভিযানৰ পাতনি মেলি নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সম্পাদিকা প্ৰিয়ংকা গান্ধীয়ে তীব্ৰ সমালোচনা কৰে বিজেপিক ৷

লখিমপুৰত বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ

গান্ধীয়ে বৃহৎ পুঁজিপতিৰ হৈ বিজেপি চৰকাৰে কাম কৰা বুলি অভিযোগ কৰি বানপানী, কৰ'ণা ভাইৰাছৰ সময়চোৱাত কেন্দ্ৰ চৰকাৰৰ মন্ত্ৰী অসমলৈ আহিবলৈ আহৰি নোপোৱা বুলিও অভিযোগ কৰে ৷ যাৰ পৰিপ্ৰেক্ষিতত বিজেপিক প্ৰত্যাখ্যান কৰিবলৈ সৰ্বসাধাৰণ ৰাইজক আহ্বান জনাই কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে ৷

ইপিনে, অসমৰ কলা, সাহিত্য-সংস্কৃতিৰ উন্নয়নৰ বাবে বিজেপি চৰকাৰে কোনো ধৰণৰ পদক্ষেপ নোলোৱা বুলি ক্ষোভ প্ৰকাশ কৰি অসমৰ ভবিষ্যত মজবুত কৰাৰ বাবে মহাজোঁটক ভোট দিবলৈ আহ্বান জনায় প্ৰিয়ংকা গান্ধীয়ে ৷

আনহাতে, লখিমপুৰৰ চাবতিত আয়োজিত প্ৰতিবাদী সভাত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা, সাংসদ গৌৰৱ গগৈ, বিধায়ক ৰকিবুল হুছেইন, সাংসদ প্ৰদ্যুৎ বৰদলৈ, ৰাণী নৰহ, বিৰোধী দলপতি দেবব্ৰত শইকীয়া, সুস্মিতা দেৱে অংশগ্ৰহণ কৰে ৷

লগতে পঢ়কঃ লখিমপুৰত মাদলৰ ছেৱে ছেৱে প্ৰিয়ংকাৰ ঝুমুৰ নৃত্য

Last Updated : Mar 1, 2021, 3:31 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.