ETV Bharat / state

লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত কি কাণ্ড? 11 বজালৈ নাই ফলাফল - গেটত ওলমি থাকিল তলা

অসম উচ্চতৰ মাধ্যমিকৰ ফলাফল ঘোষণাৰ দিনা লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত উপস্থিত নহ'ল অধ্যক্ষ । প্ৰায় ১১ বজালৈ মহাবিদ্যালয়ৰ গেটত তলা ওলমি থকাত ফলাফল ল'বলৈ আহি হতাশ হৈ ঘূৰি যাবলৈ বাধ্য হয় বহুসংখ্যক ছাত্ৰ - ছাত্ৰী ।

লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত আজৱ কাণ্ড
author img

By

Published : May 25, 2019, 1:03 PM IST

লখিমপুৰ, ২৫ মে': ৰাজ্যৰ চৌদিশে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলৰ আনন্দোল্লাসৰ মাজতে লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত সংঘটিত হ'ল আজৱ কাণ্ড । মহাবিদ্যালয়ত স্নাতক মহলাৰ পৰীক্ষা চলি থকাৰ বাবে ৰিজাল্ট ল'বলৈ আহি বাধাৰ সন্মুখীন হ'ল ছাত্ৰ - ছাত্ৰী । প্ৰায় ১১ বজালৈ গেটত তলা ওলমি থকাৰ লগতে মহাবিদ্যালয়ত উপস্থিত নহ'লগৈ অধ্যক্ষ ।

লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত আজৱ কাণ্ড

পৰীক্ষাৰ দায়িত্বত থকাসকলেও ৰিজাল্টৰ কথা নজনাত হতাশ হৈ ঘূৰি যাবলৈ বাধ্য হয় বহুসংখ্যক ছাত্ৰ - ছাত্ৰী । মহাবিদ্যালয়খনে ফলাফলক লৈ কৰা এই হেমাহিত এতিয়া ক্ষোভিত হৈ পৰিছে একাংশ অভিভাৱক তথা ছাত্ৰ-সংগঠন ।

ৰাজ্যৰ চৌদিশে উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাৰ ফলাফলক লৈ আনন্দ উল্লাস । কিন্তু লখিমপুৰ বানিজ্য মহাবিদ্যালয় ৰিজাল্টক লৈ আজব কাণ্ড।ৰিজাল্ট লবলৈ আহি বাধাৰ সন্মুখীন হল ছাত্ৰ ছাত্ৰী। চলি আছে স্নাতক মহলাৰ পৰীক্ষা। গেটত আছিল তলা। প্ৰায় ১১ বজালৈ নাই ফলাফল নাই অধ্যক্ষৰ উপস্থিতি। ৰিজাল্ট লবলৈ আহি ঘুৰি যাবলৈ বাধ্য হল ছাত্ৰ ছাত্ৰী। পৰীক্ষাৰ ডিউটিত থকা সকলে নাজানে ৰিজাল্টৰ কথা। এই প্ৰসংগত নিমাত উপাধ্যক্ষও। মহাবিদ্যালয় খনৰ ফলাফলক লৈ এই হেমাহিত ক্ষোভিত একাংশ অভিভাৱক, ছাত্ৰ সংগঠন। 

Sent from my Samsung Galaxy smartphone.
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.