ঢকুৱাখানা,23 মে': তিনিলাখ ভোটৰ ব্যৱধানত বিজয়ী হোৱাৰ আশা ব্যক্ত কৰে প্ৰদান বৰুৱাই ৷ ভোটগণনাৰ সম্পৰ্কে খা-খবৰ ল'বলৈ ঢকুৱাখানাত উপস্থিত হৈ ১৪নং লখিমপুৰ লোকসভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী গৰাকীয়ে এই কথা ব্যক্ত কৰে ৷ সামগ্ৰিক অগ্ৰগতি সম্পৰ্কে লক্ষ্য ৰাখি এই আশা কৰা বুলি কয় প্ৰদান বৰুৱাই ৷ ইফালে বিজেপি প্ৰাৰ্থীজন বিজয়ী হলে লখিমপুৰ সমষ্টিৰ বাবে বাট-পথৰ উন্নয়ন,বান খহনীয়া ৰোধ আৰু মহিলা সবলীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰিব বুলি জানিবলৈ দিয়ে ৷
তিনি লাখ ভোটত বিজয়ী হোৱাৰ সম্ভাৱনা ব্যক্ত প্ৰদান বৰুৱাৰ - BJP
বিজেপি প্ৰাৰ্থীজন বিজয়ী হলে লখিমপুৰ সমষ্টিৰ বাবে বাট-পথৰ উন্নয়ন,বান খহনীয়া ৰোধ আৰু মহিলা সবলীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰিব বুলি জানিবলৈ দিয়ে ৷
প্ৰদান বৰুৱা
ঢকুৱাখানা,23 মে': তিনিলাখ ভোটৰ ব্যৱধানত বিজয়ী হোৱাৰ আশা ব্যক্ত কৰে প্ৰদান বৰুৱাই ৷ ভোটগণনাৰ সম্পৰ্কে খা-খবৰ ল'বলৈ ঢকুৱাখানাত উপস্থিত হৈ ১৪নং লখিমপুৰ লোকসভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী গৰাকীয়ে এই কথা ব্যক্ত কৰে ৷ সামগ্ৰিক অগ্ৰগতি সম্পৰ্কে লক্ষ্য ৰাখি এই আশা কৰা বুলি কয় প্ৰদান বৰুৱাই ৷ ইফালে বিজেপি প্ৰাৰ্থীজন বিজয়ী হলে লখিমপুৰ সমষ্টিৰ বাবে বাট-পথৰ উন্নয়ন,বান খহনীয়া ৰোধ আৰু মহিলা সবলীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰিব বুলি জানিবলৈ দিয়ে ৷
Intro:ঢকুৱাখনা:নিৰ্বাচনী ভোট গণনা চলি থকাৰ সময়তে ১৪ নং লখিমপুৰ লোকসভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী প্ৰদান বৰুৱা ঢকুৱাখনাত উপস্থিত হৈ কয় যে বৰ্তমান সময়লৈকে হৈ থকা ভোট ব্যৱধানৰ অগ্ৰগতি অব্যাহত থাকিলে তেখেতে কমেও তিনি লাখ ভোটৰ ব্যৱধানত বিজয়ী হব।
আনহাতে বিজেপি প্ৰাৰ্থীজন বিজয়ী হলে লখিমপুৰ সমষ্টিৰ বাবে বাট-পথ উণ্ণয়ণ আৰু মহিলা সবলীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰিব। ইয়াৰোপৰি প্ৰাৰ্থীজনে ঘিলামৰাৰ পৰা ঢকুৱাখনালৈ নিৰ্মাণ কৰি থকা ২২ নং ৰাজ্যিক ঘাইপথ চোৱা নিৰ্মাণৰ লেহেমীয়া গতিৰ সম্পৰ্কে কয় যে বিশ্ব বেংকৰ কামৰ ক্ষেত্ৰত কিছু কৌশলেৰে কাম কৰিব লাগে । আনহাতে ঠিকাদাৰ প্ৰতিস্থানৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিলে পুঁজি ঘূৰি যোৱাৰ সম্ভাৱনা থকাৰ বাবে কৌশলেৰে কাম আদায় কৰিব লগা হৈছে ।
দীপৰঞ্জন চমুৱা, ঢকুৱাখনা।Body:ঢকুৱাখনা:নিৰ্বাচনী ভোট গণনা চলি থকাৰ সময়তে ১৪ নং লখিমপুৰ লোকসভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী প্ৰদান বৰুৱা ঢকুৱাখনাত উপস্থিত হৈ কয় যে বৰ্তমান সময়লৈকে হৈ থকা ভোট ব্যৱধানৰ অগ্ৰগতি অব্যাহত থাকিলে তেখেতে কমেও তিনি লাখ ভোটৰ ব্যৱধানত বিজয়ী হব।

দীপৰঞ্জন চমুৱা, ঢকুৱাখনা।Conclusion:ঢকুৱাখনা:নিৰ্বাচনী ভোট গণনা চলি থকাৰ সময়তে ১৪ নং লখিমপুৰ লোকসভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী প্ৰদান বৰুৱা ঢকুৱাখনাত উপস্থিত হৈ কয় যে বৰ্তমান সময়লৈকে হৈ থকা ভোট ব্যৱধানৰ অগ্ৰগতি অব্যাহত থাকিলে তেখেতে কমেও তিনি লাখ ভোটৰ ব্যৱধানত বিজয়ী হব।

দীপৰঞ্জন চমুৱা, ঢকুৱাখনা।

Last Updated : May 23, 2019, 3:50 PM IST