ETV Bharat / state

পথৰ দুৰৱস্থাঃ পুত্ৰই চাইকেলত উঠাই চিকিৎসালয়লৈ আনিলে অসুস্থ বৃদ্ধা মাতৃক !

পথৰ দুৰৱস্থাৰ বাবে গ্ৰামাঞ্চললৈ নাযায় এম্বুলেঞ্চ । নাৰায়ণপুৰত পুত্ৰই চাইকেলত বহুৱাই চিকিৎসালয়লৈ আনিবলগীয়া হৈছে তেওঁৰ বৃদ্ধা তথা ৰুগীয়া মাতৃক ৷

poor-road-impact-son-carrying-his-patient-mother-in-bicycle
পথৰ দুৰৱস্থাঃ পুত্ৰই চাইকেলত উঠাই চিকিৎসালয়লৈ আনিলে অসুস্থ বৃদ্ধা মাতৃক!
author img

By

Published : Aug 11, 2020, 8:47 PM IST

বিহপুৰীয়া,11 আগষ্টঃ পথৰ দুৰৱস্থাৰ বাবে নাৰায়ণপুৰত পুত্ৰই চাইকেলত বহুৱাই চিকিৎসালয়লৈ আনিলে বৃদ্ধা মাতৃক । নৈপৰীয়া পাদীগাঁও অঞ্চলৰ পৰা পত্নীৰ সৈতে এজন লোকে চাইকেল ঠেলি ঠেলি নাৰায়ণপুৰ আদৰ্শ চিকিৎসালয়লৈ আনিলে তীব্ৰ পেটৰ বিষ আৰু কঁকালৰ বিষত চটফটাই থকা বৃদ্ধা মাতৃক ।

পুত্ৰই চাইকেলত উঠাই চিকিৎসালয়লৈ আনিলে অসুস্থ বৃদ্ধা মাতৃক!

যি সময়ত ৰাজ্যত আমূল পৰিৱৰ্তন হোৱা বুলি সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰ খনে সভাই সমিতিয়ে দম্ভালি মাৰি আহিছে ঠিক সেই সময়তে নাৰায়ণপুৰত এম্বুলেঞ্চৰ পৰিৱৰ্তে চাইকেলত বহুৱাই কেইবা কিলোমিটাৰো বাট অতিক্ৰম কৰি এনেদৰেই চিকিৎসালয়লৈ আনিব লগা হৈছে বেমাৰত চটফটাই থকা ৰোগীক ৷

লগতে পঢ়কঃদেশপ্ৰেমমূলক গীতৰ প্ৰতিযোগিতাত উজলিল কলিয়াবৰৰ ছাত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.