ETV Bharat / state

নাৰায়ণপুৰত অব্যাহত আছে 144 ধাৰা

author img

By

Published : Oct 5, 2020, 8:21 PM IST

সমগ্ৰ ঘটনাত জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছিল দিনাৰাম ফুকনৰ বিৰুদ্ধে ৷ পৰৱৰ্তী সময়ত উত্তেজিত জনতাই লোকজনৰ বাসগৃহ জ্বলাই দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰে ৷

Bihpuria
Bihpuria

লখিমপুৰ, 5 অক্টোবৰঃ অৱশেষত সৎকাৰ কৰা হ'ল নাৰায়ণপুৰৰ মাতৃ-কন্যাৰ মৃতদেহ ৷ দেওবাৰে নাৰায়ণপুৰত সংঘটিত মাতৃ-কন্যাৰ ৰহস্যজনক মৃত্যুৰ পাছত নিশা জালুককটা গাঁৱত আৰক্ষী আৰু প্ৰতিবাদকাৰীসকল লিপ্ত হয় সংঘৰ্ষত ৷ স্থানীয় ৰাইজে এই মৃত্যু হত্যাকাণ্ড বুলি দাবী কৰে ৷ লগতে সমগ্ৰ ঘটনাত জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছিল দিনাৰাম ফুকনৰ বিৰুদ্ধে ৷ পৰৱৰ্তী সময়ত উত্তেজিত জনতাই লোকজনৰ বাসগৃহ জ্বলাই দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰে ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷ ইয়াৰোপৰি এই পৰ্যন্ত অঞ্চলটোত জাৰি কৰা আছে ১৪৪ ধাৰা ৷

লগতে পঢ়কঃ ৰাইজৰ স্বাভিমান ৰক্ষাৰ বাবে চৰকাৰে দায়বদ্ধতাৰে কাম কৰিছে: মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.