- নাৰায়ণপুৰৰ বনপুৰৈ জামুগুৰিত অঘটন
- মাছ মাৰিবলৈ গৈ ব্ৰহ্মপুত্ৰত পৰি মৃত্যু এজনৰ
- মহাবাহুৰ বুকুত নাৱৰ পৰা পৰি মৃত্যু হয় লোকজনৰ
- মৃত লোক জনৰ নাম দমাই পেগু
- নদীত জাল পাতিবলৈ গৈ সলিল সমাধি লোকজনৰ
- নদীৰ ঢৌৱে নাওখন উটুৱাই নিয়াৰ ফলত সংঘটিত হয় এই অঘটন
মাছ মাৰিবলৈ গৈ এজনৰ মৃত্যু - নাৰায়ণপুৰ
বিহপুৰীয়াত মহাবাহুৰ বুকুত নাৱৰ পৰা পৰি মৃত্যু হয় দমাই পেগু নামৰ এজ্ঞন লোকৰ
মাছ মাৰিবলৈ গৈ এজনৰ মৃত্যু
- নাৰায়ণপুৰৰ বনপুৰৈ জামুগুৰিত অঘটন
- মাছ মাৰিবলৈ গৈ ব্ৰহ্মপুত্ৰত পৰি মৃত্যু এজনৰ
- মহাবাহুৰ বুকুত নাৱৰ পৰা পৰি মৃত্যু হয় লোকজনৰ
- মৃত লোক জনৰ নাম দমাই পেগু
- নদীত জাল পাতিবলৈ গৈ সলিল সমাধি লোকজনৰ
- নদীৰ ঢৌৱে নাওখন উটুৱাই নিয়াৰ ফলত সংঘটিত হয় এই অঘটন
Intro:মাছ মাৰিবলৈ গৈ ব্ৰহ্মপুত্ৰত এজনৰ মৃত্যু৷ Body:নাৰায়ণপুৰৰ বনপুৰৈ জামুগুৰিত অঘটন ।
মহাবাহুৰ বুকুত নাৱৰ পৰা পৰি এজন লোকৰ মৃত্যু ।
মৃত লোক জনৰ নাম দমাই পেগু ।
নদীত জাল পাতিবলৈ গৈছিল লোক জন ।
নদীৰ ঢৌৱে নাওখন উটুৱাই নিয়াৰ ফলত এই অঘটন সংঘটিত হয় ।Conclusion:চাণক্য বৰুৱা, বিহপুৰীয়া৷
মহাবাহুৰ বুকুত নাৱৰ পৰা পৰি এজন লোকৰ মৃত্যু ।
মৃত লোক জনৰ নাম দমাই পেগু ।
নদীত জাল পাতিবলৈ গৈছিল লোক জন ।
নদীৰ ঢৌৱে নাওখন উটুৱাই নিয়াৰ ফলত এই অঘটন সংঘটিত হয় ।Conclusion:চাণক্য বৰুৱা, বিহপুৰীয়া৷