ETV Bharat / state

লখিমপুৰত সন্মিলিত গণশক্তিৰ দলীয় যোগদান কাৰ্যসূচী - সন্মিলিত গণশক্তি দল

মঙলবাৰে লখিমপুৰ জিলাৰ ঢকুৱাখানা সমষ্টিৰ অন্তৰ্গত ছেদি মেল লট্টাৰ প্ৰেক্ষাগৃহত সন্মিলিত গণশক্তি দলৰ দ্বাৰা অনুষ্ঠিত এক দলীয় যোগদান সভাত বিজেপিৰ দুই শতাধিক,কংগ্ৰেছৰ ডেৰ শতাধিক আৰু অগপ দলৰ পৰা অৰ্ধশতাধিক কৰ্মীয়ে আনুষ্ঠানিক ভাৱে সন্মিলিত গণশক্তি দলত যোগদান কৰে।

Lakhimpur Sanmilit Ganashakti Party joining meeting
লখিমপুৰত সন্মিলিত গণশক্তিৰ দলীয় যোগদান কাৰ্যসূচী
author img

By

Published : Sep 15, 2020, 8:23 PM IST

লখিমপুৰ, 15 ছেপ্তেম্বৰঃ 2021 বিধানসভা নিৰ্বাচনৰ বাবে ইতিমধ্যে পূৰ্ণগতিত প্ৰস্তুতি আৰম্ভ কৰিছে ৰাজনৈতিক দলসমূহে ৷ সমান্তৰলকৈ আছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে যুটীয়াভাৱে গঠন কৰিছে নতুন ৰাজনতৈক দল ৷ ইয়াৰ মাজতে মঙলবাৰে লখিমপুৰৰ বগীনদীত চাৰি শতাধিক বিজেপি,কংগ্ৰেছ আৰু অগপ দলৰ সদস্যই সন্মিলিত গণশক্তি দলত যোগদান কৰে ৷

লখিমপুৰত সন্মিলিত গণশক্তিৰ দলীয় যোগদান কাৰ্যসূচী

লখিমপুৰ জিলাৰ ঢকুৱাখানা সমষ্টিৰ অন্তৰ্গত ছেদি মেল লট্টাৰ প্ৰেক্ষাগৃহত সন্মিলিত গণশক্তি দলৰ দ্বাৰা অনুষ্ঠিত এক দলীয় যোগদান সভাত বিজেপিৰ দুই শতাধিক,কংগ্ৰেছৰ ডেৰ শতাধিক আৰু অগপ দলৰ পৰা অৰ্ধশতাধিক সদস্যই আনুষ্ঠানিক ভাৱে সন্মিলিত গণশক্তি দলত যোগদান কৰে। আনহাতে,আগন্তুক বিধানসভা নিৰ্বাচনত কেইটা সমষ্টিৰ পৰা সন্মিলিত গণশক্তি দলৰ প্ৰৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াব সেইয়া মিত্ৰদল অসম গণ পৰিষদ আৰু গণশক্তি দলৰ কেন্দ্ৰীয় কমিটিৰ সিদ্ধান্ত মৰ্মেহে ঘোষণা কৰা হ’ব বুলি মন্তব্য কৰে ৷

লগতে পঢ়ক-ক্ৰমাৎ অনিশ্চয়তাৰ দিশে বাঘজানবাসীৰ ভৱিষ্যত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.