ETV Bharat / state

লখিমপুৰত মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীৰ পুত্তলিকা দাহ - সদৌ অসম কৈৱৰ্ত যুৱ ছাত্ৰ সন্মিলন

লখিমপুৰত জ্বলিল ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু স্বাস্থ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা ৷ নিজৰ পাপ্যৰ পৰা বঞ্চিত হৈ থাকিব লগা সদৌ অসম কৈৱৰ্ত যুৱ ছাত্ৰ সন্মিলনে পুত্তলিকা দাহৰে ক্ষোভ প্ৰকাশ কৰিলে এইদৰে ৷

Protest in Lakhimpur
লখিমপুৰত মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীৰ পুত্তলিকা দাহ
author img

By

Published : Sep 12, 2020, 10:33 AM IST

লখিমপুৰ,12ছেপ্টেম্বৰ : লখিমপুৰত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু স্বাস্থ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ কৰিলে সদৌ অসম কৈৱৰ্ত যুৱ ছাত্ৰ সন্মিলনে | অনুসূচিত জাতিৰ ছাত্ৰ-ছাত্ৰী সকলে দীৰ্ঘদিনে নিজৰ পাপ্যৰ পৰা বঞ্চিত হৈ থাকিব লগা হোৱাত পুত্তলিকা দাহেৰে শুকুৰবাৰে এইদৰে ক্ষোভ প্ৰকাশ কৰে ছাত্ৰ সংগঠনটোৱে ৷

২০১৩ চনৰ পৰায়ে বন্ধ হৈ থকা অনুসূচিত জাতিৰ ছাত্ৰ ছাত্ৰী সকলৰ জলপানী এমাহৰ ভিতৰত মুকলি কৰি দিয়া আৰু কৈৱৰ্ত জাতিৰ ভূমিহীন লোক সকলক শীঘ্ৰে ভূমি প্ৰদান কৰাৰো দাবী জনালে সংগঠনটোৱে ৷

অন্য এক খবৰৰ বাবে : জাকজমকতা অবিহনে সৰু পেণ্ডেলতে উদযাপন কৰিব লাগিব পূজা !

তদুপৰি কৈৱৰ্ত জাতিটোৰ উন্নয়ন ব'ৰ্ডসমূহ তৎকালীন ভাৱে গঠণ নকৰিলে গণতান্ত্ৰিকভাবে জংগী আন্দোলন গঢ়ি তোলাৰো হুংকাৰ দিয়ে সংগঠনটোৰ জিলা সভাপতি পাৰ্থ দাসৰ লগতে কৈৱৰ্ত যুৱ ছাত্ৰ সন্মিলনৰ প্ৰতিবাদকাৰী সদস্য সকলে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.