ETV Bharat / state

লখিমপুৰত শিক্ষামন্ত্ৰীৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ - LAKHIMPUR MID DAY MEAL WORKER'S PROTEST

লখিমপুৰৰ মাজ মজিয়াত উত্তাল প্ৰতিবাদ ৷ মধ্যাহ্ন ভোজন ব্যৱস্থা বেচৰকাৰী সংস্থাক অৰ্পণ কৰাৰ বিৰোধিতাৰে সাব্যস্ত এই প্ৰতিবাদ ৷ প্ৰতিবাদস্থলীত শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ প্ৰতিকৃতি দাহ ৷

অসমীয়া যুৱ মঞ্চৰ লখিমপুৰ জিলা সমিতিৰ প্ৰতিবাদ
author img

By

Published : Nov 11, 2019, 2:33 PM IST

লখিমপুৰ, 11 নৱেম্বৰ: মধ্যাহ্ন ভোজন ব্যৱস্থা বেচৰকাৰী সংস্থাক অৰ্পণ কৰাৰ বিৰোধিতাৰে সোমবাৰে লখিমপুৰৰ মাজ মজিয়াত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে অসমীয়া যুৱ মঞ্চৰ লখিমপুৰ জিলা সমিতিয়ে ৷ প্ৰতিবাদস্থলীত শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ প্ৰতিকৃতি দাহ কৰে ক্ষোভিত প্ৰতিবাদকাৰীয়ে ৷ কণ কণ ছাত্ৰ-ছাত্ৰীৰ জীৱনক লৈ হেতালি নেখেলিবলৈ শিক্ষামন্ত্ৰীক সকিয়নী দিয়ে সংগঠনটোৱে ৷

লখিমপুৰত উত্তাল প্ৰতিবাদ

সংগঠনটোৰ অভিযোগ অনুসৰি, বিদ্যালয়ৰ ৰান্ধনীৰ পৰিৱৰ্তে বেচৰকাৰী সংস্থাই যোগান ধৰা মধ্যাহ্ন ভোজন খাই অসুস্থ হৈ পৰে লখিমপুৰ জিলাৰ বিভিন্ন বিদ্যালয়ৰ একাংশ ছাত্ৰ-ছাত্ৰী৷

এই সম্পৰ্কে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক সমগ্ৰ বিষয়টো ভালদৰে পৰ্যবেক্ষণ কৰিবলৈ দাবী তোলে সংগঠনটোৱে

লগতে চাওকঃ হাফলঙৰ মাহুৰত বিদ্যুৎস্পৃষ্ট হৈ এজনৰ মৃত্যু

Intro:মধ্যাহ্ন ভোজন ব্যৱস্থা NGOক গতাই দিয়া শিক্ষা মন্ত্ৰী সীৰ্ধাথ ভট্টাচাৰ্য্যৰ সোমবাৰে প্ৰতিকৃতি জ্বলিল লখিমপুৰতBody:অসমীয়া যুৱ মঞ্চৰৰ লখিমপুৰ জিলা সমিতিয়ে লখিমপুৰৰ মাজ মজিয়াতত দাহ কৰিলে সীৰ্ধাথ ভট্টাচাৰ্য্যৰ প্ৰতিকৃতি। কণ কণ ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ হেতালি নেখেলিবলৈ শিক্ষা মন্ত্ৰীক সকিয়নি সংগঠনটোৰ। সংগঠণটোৱে অভিযোগ তোলে বিদ্যালয়ৰ ৰান্ধনীৰ পৰিৱৰ্তে NGOই যোগান ধৰা মধ্যাহ্ন ভোজন খাই অসুস্থ লখিমপুৰ জিলাৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী। Conclusion:ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্ব্বানন্দ সোনোৱালক সমগ্ৰ বিষটো পৰ্য্যবেক্ষণ কৰিবলৈ দাবী তোলে সংগঠনটোৱে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.