লখিমপুৰ,13 আগষ্টঃ লখিমপুৰত অব্যাহত আছে কাঠৰ চোৰাং বেহা । আৰক্ষী বন বিভাগৰ চকুত ধূলি দি নিতৌ ৰাজপথেৰে সৰবৰাহ চলি আছে এই চোৰাং কাঠৰ বেহা। মঙলবাৰে লখিমপুৰ বন বিভাগে লখিমপুৰ নগৰৰ সমীপৰ মৈদমীয়াত অভিযান চলাই জব্দ কৰে বিশাল পৰিমাণৰ শিমলু কাঠ ।মৈদমীয়াৰ জানমনি নামৰ এজন ব্যক্তিৰ ঘৰৰ পৰা উদ্ধাৰ হয় এই বিশাল পৰিমাণৰ শিমলু গছৰ তক্তা আৰু বাটাম । উদ্ধাৰ হোৱা কাঠৰ মূল্য হ'ব প্ৰায় 3 লাখ টকা। ইফালে আৰক্ষীৰ এই অভিযান কালত পলাই যাবলৈ সক্ষম হয় জানমনী নামৰ চোৰাং ব্যৱসায়ীজনৰ লগতে কৰ্মচাৰী।
লখিমপুৰত জব্দ বৃহৎ পৰিমাণৰ শিমলু কাঠ - LAKHIMPUR WOOD SEIZED
মঙলবাৰে লখিমপুৰ বন বিভাগে লখিমপুৰ নগৰৰ সমীপৰ মৈদমীয়াত অভিযান চলাই জব্দ কৰে বিশাল পৰিমাণৰ শিমলু কাঠ ।

লখিমপুৰ,13 আগষ্টঃ লখিমপুৰত অব্যাহত আছে কাঠৰ চোৰাং বেহা । আৰক্ষী বন বিভাগৰ চকুত ধূলি দি নিতৌ ৰাজপথেৰে সৰবৰাহ চলি আছে এই চোৰাং কাঠৰ বেহা। মঙলবাৰে লখিমপুৰ বন বিভাগে লখিমপুৰ নগৰৰ সমীপৰ মৈদমীয়াত অভিযান চলাই জব্দ কৰে বিশাল পৰিমাণৰ শিমলু কাঠ ।মৈদমীয়াৰ জানমনি নামৰ এজন ব্যক্তিৰ ঘৰৰ পৰা উদ্ধাৰ হয় এই বিশাল পৰিমাণৰ শিমলু গছৰ তক্তা আৰু বাটাম । উদ্ধাৰ হোৱা কাঠৰ মূল্য হ'ব প্ৰায় 3 লাখ টকা। ইফালে আৰক্ষীৰ এই অভিযান কালত পলাই যাবলৈ সক্ষম হয় জানমনী নামৰ চোৰাং ব্যৱসায়ীজনৰ লগতে কৰ্মচাৰী।
যিখিনি কাঠৰ মূল্য হব প্ৰায় 3 লাখ টকা। Conclusion:লক্ষণীয় ভাবে অভিযান কালত কিন্তু পলায় যাবলৈ সক্ষম হয় জানমনী নামৰ চোৰাং ব্যবসায়ীৰ লগতে কৰ্মচাৰী।