লখিমপুৰ 25 এপ্ৰিলঃ লখিমপুৰ জিলাৰ লালুক পুখুৰী পৰীয়াৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত বাগৰিল শনিবাৰে ৷ চিমেন্ট ভৰ্তি ট্ৰাক অত্যাধিক মদ্যপান কৰি গাড়ী চলোৱাৰ অভিযোগ চালকৰ বিৰুদ্ধে স্থানীয় ৰাইজৰ ৷
দুৰ্ঘটনাগ্ৰস্ত ট্ৰাক খনৰ নম্বৰ WB-23D-3375 নম্বৰৰ বান্দৰদেৱাৰ পৰা চিলাপথাৰলৈকে গৈ আছিল চিমেন্ট ভৰ্তি ট্ৰাক খন ৷ দুঘৰ্টনাটোত কোনো লোক হতাহত হোৱা নাই যদিও মদ্যপান কৰি গাড়ী চলোৱা চালক জনক লালুক আৰক্ষীয়ে আটক কৰিছে ৷
লগতে পঢকঃ ওদালগুৰিত মাক্স বিতৰণ মন্ত্ৰী ৰিহণ দৈমাৰীৰ