লখিমপুৰ, 11 মাৰ্চঃ সংগঠনটোৰ অভিযোগ, কা বিৰুধী আন্দোলন মষিমূৰ কৰিবৰ বাবে পুৰণি গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে অখিল গগৈক,বৰ্তমান কেবাটাও ৰোগত আক্ৰান্ত অখিল গগৈৰ চিকিৎসাৃৰ ক্ষেত্ৰত হেমাহি কৰাৰ অভিযোগ ৰাজ্য চৰকাৰৰ বিৰুদ্ধে। তেওঁলোকৰ অভিযোগ উপযুক্ত চিকিৎসাৰ পৰা বঞ্চিত হৈছে অখিল গগৈ। সংগঠন কেইটাৰ দাবী অখিল গগৈসহ কাৰাবন্দী কৃষক নেতা সকলক উন্নত চিকিৎসাৰ ব্যৱস্থা কৰক চৰকাৰে। লগতে বিনা চৰ্তে মুকলি কৰি দিয়ক সকলোকে।
লগতে চাওকঃ