ETV Bharat / state

লখিমপুৰৰ হাৰমতী বজাৰত অপহৰণকাণ্ড

author img

By

Published : May 6, 2019, 3:28 PM IST

দিন-দুপৰতে অপহৃত এজন দিন-হাজিৰা কৰা ব্যক্তি । এতিয়ালৈকে লোকজনৰ সম্ভেদ উলিয়াব পৰা নাই আৰক্ষী প্ৰশাসনে ।

লখিমপুৰৰ হাৰমতী বজাৰত অপহৰণকাণ্ড

লখিমপুৰ,৬ মে': লখিমপুৰৰ হাৰমতী বজাৰৰ পৰা এজনক অপহৰণ ।

  • পৰিয়ালবৰ্গই জনোৱা মতে,অৰুণাচলীয়ে ২১ এপ্ৰিলত অপহৰণ কৰি নিয়ে মহৰ আলী নামৰ লোকজনক।
  • বিগত ১৬ দিনে অৰুণাচলৰ চেপাত আৱদ্ধ কৰি ৰাখিছে লালুকৰ বেচাপট্টিৰ লোকজনক।
  • উল্লেখ্য যে, অপহৃত লোকজনে হাৰমতি বজাৰত বাহনত বস্তু-বাহনি উঠোৱা-নমোৱা কাম কৰে।
  • ২১ এপ্ৰিলৰ দিনাও দুৰ্বৃত্তই বজাৰত বস্তু-বাহানি উঠাবলৈ লৈ গৈছিল লোকজনক।
  • তাৰ পৰাই অপহৃত হয় লোকজন।
  • ইতিমধ্যে লোকজনৰ পৰিয়ালবৰ্গই এই সন্দৰ্ভত গোচৰ ৰুজু কৰিছে হাৰমতী আৰক্ষী চকীত।
  • কিন্তু এই পৰ্যন্ত আৰক্ষীয়ে বিশেষ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন পৰিয়ালবৰ্গৰ।

Intro:লখিমপুৰৰ হাৰমতী বজাৰৰ পৰা এজনক অপহৰন ৷
অৰুনাচলীয়ে ২১ এপ্ৰিলত অপহৰন কৰি নিয়ে মহৰ আলী নামৰ লোক জনক ৷
বিগত ১৬ দিনে অৰুনাচলৰ চেপাত আৱদ্ধ কৰি ৰাখিছে লালুকৰ বেচাপট্টিৰ লোকজনক ৷
Body:হাৰমতি বজাৰত বাহনত মাল উঠা-নমোৱা কাম কৰে লোকজনে ৷
দুৰ্বৃত্তই দুই মুখ বজাৰত মাল উঠাবলৈ লৈ গৈছিল লোকজনক ৷
তাৰ পৰাই অপহৰন কৰি নিয়ে লোকজনক ৷
লোকজনৰ পৰিয়ালৰ হাৰমতি আৰক্ষী চকীত গোচৰ ৰুজু ৷
আৰক্ষীয়ে বিশেষ ব্যৱস্থা গ্ৰহন নকৰাৰ অভিযোগ ৷Conclusion:চাণক্য বৰুৱা, বিহপুৰীয়া৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.