লখিমপুৰ, 21 অক্টোবৰ: লখিমপুৰ জিলাত নকল টকাৰ বেহা কোনো নতুন কথা নহয় । এইবাৰ গাঁওৰক্ষী বাহিনীৰ পহৰাত 12 লাখ টকাসহ জালত পৰিল 5 জন জাল নোটৰ ব্যৱসায়ী। বান্দৰদেৱা আৰু বিহপুৰীয়া সংযোগী বামুণ গাঁৱত গাঁওৰক্ষী বাহিনীয়ে পহৰা দি থকা সময়তে নিশা আটক কৰে এখন গাড়ী। সোধ-পোছৰ পিচত ওলাই পৰে জোলোঙাৰ মেকুৰী। উক্ত গাড়ীখনত 5 জন আৰোহীয়ে কঢ়িয়াই আনিছিল 12 লাখ নকল টকা ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত উপস্থিত হয় বিহপুৰীয়া আৰক্ষী । ইতিমধ্যে আৰক্ষীয়ে 5 জনীয়া দলটোক গ্ৰেপ্তাৰ কৰি অব্যাহত ৰাখিছে তদন্ত ৷ আৰক্ষীয়ে এখন গাড়ী, 3 খন বাইকসহ গ্ৰেপ্তাৰ কৰিছে বৰচলাৰ ইউচুফ আলী,নগাঁও ৰুপহীৰ আব্দুল চৈইদ,ইচলামপুৰৰ কুৰবান আলী,আহমেদপুৰৰ মিজানুল ইছলাম,আৰু দৌলতপুৰৰ জেহেৰুল হকক।
বিহপুৰীয়াত নকল টকাৰ বেহা:গাঁওৰক্ষী বাহিনীৰ জালত ৫ জনীয়া দল - বিহপুৰীয়া আৰক্ষী
উক্ত গাড়ীখনত 5 জন আৰোহীয়ে কঢ়িয়াই আনিছিল 12 লাখ নকল টকা ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত উপস্থিত হয় বিহপুৰীয়া আৰক্ষী। ইতিমধ্যে আৰক্ষীয়ে 5 জনীয়া দলটোক গ্ৰেপ্তাৰ কৰি অব্যাহত ৰাখিছে তদন্ত ৷
![বিহপুৰীয়াত নকল টকাৰ বেহা:গাঁওৰক্ষী বাহিনীৰ জালত ৫ জনীয়া দল](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4818816-1040-4818816-1571637576718.jpg?imwidth=3840)
লখিমপুৰ, 21 অক্টোবৰ: লখিমপুৰ জিলাত নকল টকাৰ বেহা কোনো নতুন কথা নহয় । এইবাৰ গাঁওৰক্ষী বাহিনীৰ পহৰাত 12 লাখ টকাসহ জালত পৰিল 5 জন জাল নোটৰ ব্যৱসায়ী। বান্দৰদেৱা আৰু বিহপুৰীয়া সংযোগী বামুণ গাঁৱত গাঁওৰক্ষী বাহিনীয়ে পহৰা দি থকা সময়তে নিশা আটক কৰে এখন গাড়ী। সোধ-পোছৰ পিচত ওলাই পৰে জোলোঙাৰ মেকুৰী। উক্ত গাড়ীখনত 5 জন আৰোহীয়ে কঢ়িয়াই আনিছিল 12 লাখ নকল টকা ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত উপস্থিত হয় বিহপুৰীয়া আৰক্ষী । ইতিমধ্যে আৰক্ষীয়ে 5 জনীয়া দলটোক গ্ৰেপ্তাৰ কৰি অব্যাহত ৰাখিছে তদন্ত ৷ আৰক্ষীয়ে এখন গাড়ী, 3 খন বাইকসহ গ্ৰেপ্তাৰ কৰিছে বৰচলাৰ ইউচুফ আলী,নগাঁও ৰুপহীৰ আব্দুল চৈইদ,ইচলামপুৰৰ কুৰবান আলী,আহমেদপুৰৰ মিজানুল ইছলাম,আৰু দৌলতপুৰৰ জেহেৰুল হকক।
Body:বান্দৰদেৱা আৰু বিহপুৰীয়া সংযোগী বামুণ গাৱত নিশা পহৰা দি থকা গাওৰক্ষী বাহিনীৰ সন্দে হ উপজিল এখন গাড়ীক লৈ। গাড়ী ৰখাই সোধা পোছা কৰোতেই ওলাল জোলোঙাৰ মেকুৰী। গাড়ীত আৰোহী আছিল ৫ জন । কঢ়িয়াই আনিছিল ১২ লাখ টকা। লগে লগে খবৰ দিয়া হল বিহপুৰীয়া আৰক্ষীৰ ক। আৰক্ষীয়ে গ্ৰেপাৰ কৰি তদন্ত অব্যাহত ৰাখিছে ৫ জনীয়া দলটোক। গাওৰক্ষী বাহিনীৰ সন্দেহ নকল টকাৰ লেনদেন কৰি নিশা বামুনগাৱত ভাৰাতীয়া হিথাপে থকা দলটো আহিছিল ভাৰাঘৰলৈ। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বৰচলাৰ ইউচুফ আলী,নগাঁও ৰুপহীৰ আব্দুল চৈইদ,ইচলামপুৰৰ কুৰবান আলী,আহমেদপুৰৰ মিজানুল ইছলাম, আৰু দৌলতপুৰৰ জেহেৰুল হকক।
Conclusion:আৰক্ষীয়ে এখন গাড়ী তিনিখন বাইক জব্দ কৰি অপৰাধী দলটোৰ তদন্ত অব্যাহত ৰাখিছে।