লখিমপুৰ,1 আগষ্টঃ গেৰুকামুখত নিৰ্মীয়মান নামনি সোৱণশিৰী জলবিদ্যুত প্ৰকল্পৰ বিৰুদ্ধে লখিমপুৰত জোঁৰ সমদল । লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত লখিমপুৰ নগৰৰ মাজেৰে উলিওৱা হ'ল বৃহৎ জোঁৰ সমদল । আছুৰ লগতে সকলোৱে হুংকাৰ প্ৰদান কৰে যে,কোনো কাৰণত সম্পূৰ্ণ হ'বলৈ দিয়া নহ'ব নদীবান্ধৰ কাম । প্ৰয়োজন সাপেক্ষে দল সংগঠন একত্ৰিত হৈ নামিব নদীবান্ধ বিৰোধী আন্দোলনত ।
নদীবান্ধৰ বিৰুদ্ধে লখিমপুৰত জোঁৰ সমদল - etv_bharat_assam
নামনি সোৱণশিৰি জলবিদ্যুত প্ৰকল্পৰ বিৰুদ্ধে লখিমপুৰত আছুৰ জোঁৰ সমদল
নদী বান্ধৰ বিৰুদ্ধে লখিমপুৰত জোঁৰ সমদল
লখিমপুৰ,1 আগষ্টঃ গেৰুকামুখত নিৰ্মীয়মান নামনি সোৱণশিৰী জলবিদ্যুত প্ৰকল্পৰ বিৰুদ্ধে লখিমপুৰত জোঁৰ সমদল । লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত লখিমপুৰ নগৰৰ মাজেৰে উলিওৱা হ'ল বৃহৎ জোঁৰ সমদল । আছুৰ লগতে সকলোৱে হুংকাৰ প্ৰদান কৰে যে,কোনো কাৰণত সম্পূৰ্ণ হ'বলৈ দিয়া নহ'ব নদীবান্ধৰ কাম । প্ৰয়োজন সাপেক্ষে দল সংগঠন একত্ৰিত হৈ নামিব নদীবান্ধ বিৰোধী আন্দোলনত ।
Intro:গেৰুকামুখত নিৰ্মীয়মান নামনি সোৱণশিৰী জলবিদ্যুত প্ৰকল্পৰ বিৰুদ্ধে লখিমপুৰত জোৰ সমদল।Body:লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত লখিমপুৰ নগৰৰ মাজেৰে উলিওৱা হল বৃহৎ জোৰ সমদল। আছুৰ আহ্বানত ওলাই আহিল সকলো দল সংগঠন।Conclusion:আছুৰ লগতে সকলোৰে হুংকাৰ কোনো কাৰণত সম্পূৰ্ণ হবলৈ দিয়া নহব নদীবান্ধৰ কাম। প্ৰযোজন সাপেক্ষে দল সংগঠন একত্ৰিত হৈ নামিব নদীবান্ধ বিৰুধী আন্দোলন।