ETV Bharat / state

কুশলে আছে লখিমপুৰৰ দিলীপ হাজৰিকা

চিকিৎসাধীন দিলীপ হাজৰিকাৰ সৈতে ভিডিঅ কনফাৰেঞ্চ যোগে কথা পাতে পৰিয়ালৰ লোকে ৷

author img

By

Published : May 2, 2019, 3:52 PM IST

কুশলে আছে দিলীপ হাজৰিকা

লখিমপুৰ, 2 মেঃ মৃত্যু হোৱা নাই দিলীপ হাজৰিকাৰ ৷ ওড়িশাৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে দিলীপ হাজৰিকা ৷ ইয়াৰ পূৰ্বে তেওঁৰ মৃত্যু হোৱা বুলি উৰাবাতৰি প্ৰকাশ পাইছিল ৷ কৰ্মৰ সন্ধানত কেৰালালৈ বুলি গৈছিল দিলীপ হাজৰিকা আৰু পুত্ৰ কুশৰাম হাজৰিকা ৷ পিচত তাতে দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হৈছিল পিতা পুত্ৰ ৷

কুশলে আছে দিলীপ হাজৰিকা

চিকিৎসাধীন দিলীপ হাজৰিকাৰ সৈতে ভিডিঅ কনফাৰেঞ্চ যোগা কথা পাতে পৰিয়ালৰ লোকে ৷ মৃত কুশৰাম হাজৰিকা আৰু চিকিৎসাধীন দিলীপ হাজৰিকাক আনিবলৈ পৰিয়ালৰ লোক শীঘ্ৰেই ৰাওনা হ’ব ওড়িশালৈ। চিকিৎসাৰ খৰচ তথা মৃতদেহ অনাৰ ক্ষেত্ৰত সকলো সহায় মন্ত্ৰী নৱ দলেই প্ৰদান কৰাৰ আশ্বাস দিছে পৰিয়ালটোক।

উৰিষ্যাৰ মৃত্যু হল লখিমপুৰ বগীনদীৰ পিতা পুত্ৰৰ।
#বুধবাৰে মৃত্যু হৈছিল কুশৰাম হাজৰিকা ৰ।
# চিকিৎসা ধীন অৱস্থাত মৃত্যু হল দিলীপ হাজৰিকা ৰ।
# কেৰালালৈ গৈ থকা অৱস্থা ত উৰিষ্যাত দুৰ্বিত্তই চলন্ত ৰেলৰ পৰা পেলাই দিছিল পিতা পুত্ৰ ক্ৰমে কুশৰাম হাজৰিকা আৰু দিলীপ হাজৰিকা ক।
# থিতাতে মৃত্যু হৈছিল কুশৰাম হাজৰিকা ৰ।
# চিকিৎসা ধীন অৱস্থাত বৃহস্পতি বাৰে মৃত্যু হল দিলীপ হাজৰিকা ৰ।
# এই খবৰ পোৱাৰ পিছতে কান্দোনৰ ৰোল দুৰ্ভগীয়া পৰিয়াল টোত।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.