ETV Bharat / state

"কাঞ্চনজংঘা"ৰ জ্বৰত আক্ৰান্ত লখিমপুৰবাসী

author img

By

Published : Sep 6, 2019, 5:07 PM IST

ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ লগতে লখিমপুৰ জিলাতো মুক্তি পালে জুবিন গাৰ্গৰ "কাঞ্চনজংঘা"

"কাঞ্চনজংঘা"ৰ জ্বৰত আক্ৰান্ত লখিমপুৰবাসী

লখিমপুৰ,6 ছেপ্টেম্বৰঃ অসমৰ বিভিন্ন প্ৰান্তৰ লগতে লখিমপুৰ জিলাতো সগৌৰৱে মুক্তি পাইছে বহু প্ৰত্যাশিত ছবি "কাঞ্চনজংঘা" ৷ অসম বন্ধ স্বত্বেও ছবিখন চাবৰ বাবে পুৱাৰে পৰা ছবিগৃহত ভিৰ কৰিছেহি অসংখ্য দৰ্শকে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.