ETV Bharat / state

লখিমপুৰত আবকাৰী বিভাগৰ অভিযানত জব্দ অবৈধ সুৰা

author img

By

Published : Oct 30, 2021, 1:12 PM IST

লখিমপুৰ আৰক্ষী আৰু আবকাৰী বিভাগৰ অভিযানত জব্দ কৰা হয় 25 কাৰ্টন অৰুণাচলী সুৰাৰ লগতে এক কাৰ্টন বিয়েৰ ৷ জব্দ কৃত সুৰাখিনিৰ মূল্য প্ৰায় ৩০ হেজাৰ টকা হ’ব বুলি জানিব পৰা গৈছে ৷

As-lakhimpur-29 oct-03-visl+byt+pic-excise oparetion-jiban goswami-10046
লখিমপুৰত আবকাৰী বিভাগৰ অভিযানত জব্দ অবৈধ সুৰা

লখিমপুৰ, 30 অক্টোবৰ : সমগ্ৰ ৰাজ্যতেই ড্ৰাগছ (Drugs) তথা নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অসম আৰক্ষীয়ে (Assam Police) অব্যাহত ৰাখিছে তীব্ৰ অভিযান ৷ সমান্তৰালকৈ লখিমপুৰতো আবকাৰী বিভাগে চলায় অভিযান ৷ লখিমপুৰ সদৰ থানা আৰু বিহপুৰীয়া চক্ৰৰ আবকাৰী বিভাগে চলোৱা এই যৌথ অভিযানত উদ্ধাৰ হয় 25 কাৰ্টন অৰুণাচলী সুৰাৰ লগতে এক কাৰ্টন বিয়েৰ ৷

As-lakhimpur-29 oct-03-visl+byt+pic-excise oparetion-jiban goswami-10046
অভিযুক্ত কন বৰা

লখিমপুৰৰ ৰাজগড়ৰ কণ বৰা নামৰ লোকজনৰ ঘৰৰ পৰা উদ্ধাৰ কৰা হয় সুৰাখিনি ৷ জব্দ কৃত সুৰাখিনিৰ মূল্য প্ৰায় ৩০ হেজাৰ টকা হ’ব বুলি জানিবলৈ দিছে আবকাৰী বিষয়াই ৷ অবৈধ সুৰাৰ ব্যৱসায় চলাই অহা কণ বৰাক ইতিমধ্যে কৰায়ত্ত কৰিছে আৰক্ষীয়ে ৷

লগতে পঢ়ক : ভৱানীপুৰৰ উত্তৰ বৰটাৰী ৬৬ নং ভোটকেন্দ্ৰত বিকল ইভিএম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.